হাইকু

অনুবাদ:
হৰেকৃষ্ণ ডেকা


নিয়ৰৰ
এখন পৃথিৱী
,

আৰু
প্ৰতিটো নিয়ৰকণাৰ ভিতৰত

 সংগ্ৰামৰ এখন
জগত

 

ইছা
(১৭৬৩-১৮২৮)

যদি
মই পাৰিলোঁহেতেন
,

চেৰীফুলৰ
সৰা পাহিৰ দৰে

গান
গাই থাকিলোঁহেতেন

 

বাছো
(১৬৪৪-১৬৯৪)

 

শামুক

ফুজি
পৰ্বতৰ ওপৰলৈ উঠ
,

কিন্তু
লাহে লাহে
,
লাহে লাহে

 

ইছা

বসন্ত:

নাম
নোহোৱা এখন পাহাৰ

কুৱঁলীৰ
ওৰণিৰ আঁৰত

 

বাছো

 

শৰতৰ
জোনাক-

পোক
এটাই চেষ্টনাটজোপা

নিৰৱে
কুৰুকি আছে

 

বাছো

শৰতৰ
বতাহ-

পৰ্বতৰ
ছাঁ

লৰে

 

ইছা

—–

শ্ৰব্য ৰূপ

.video-container {
overflow: hidden;
position: relative;
width:100%;
}

.video-container::after {
padding-top: 56.25%;
display: block;
content: ”;
}

.video-container iframe {
position: absolute;
top: 0;
left: 0;
width: 100%;
height: 100%;
}