তিনিবিধ সুস্বাদু ডি‍জাৰ্ট
ডি‍ৰ্জাট মূল আহাৰ গ্ৰহণৰ পাছত পৰিৱেশন কৰা মিঠা ৰেচিপি।
গৰমত মা-মচলাৰে আলহীক এসাঁজ অপ্যায়ন কৰা
ৰ পাছত শৰীৰ
ঠাণ্ডা কৰা ডি‍ৰ্জাট পৰি
ৱেশন কৰিলে আলহীও সুখী; দিওঁতাগৰাকীৰো সন্তুষ্টি।



১৷ ইটালীয়ান কফি পেনা কটা


মূল উপকৰণ
কফি ১০ টকীয়া পেকেট (যিকোনো কফি)
চেনি ৩ টেবুলচামুচ (খোৱা অনুপাতে)
জিলেটিন ডেৰ চাহ-চামুচ (নিৰামিষ)
আমূল তাজা গাখীৰৰ পেকেট ২০০ মি:লি: (সৰু পেকেট)

গাৰ্নিছ কৰিবৰ বাবে
মিল্কি বাৰ চকলেট ৫ টকীয়া, অলপ মাত্ৰ
ডেইৰি মিল্ক্ চকলেট ৫ টকীয়া, অলপ মাত্ৰ
চকলেট ছিৰাপ সজাবৰ জোখত

প্ৰণালী: প্ৰথমে লিকুইড গাখীৰৰ পেকেটটো কাটি  ডাঙৰ কাপত লৈ ২ টেবুল-চামুচ বেলেগ কাপত
বেলেগে থ
ব। ডাঙৰ কাপটোৰ গাখীৰখিনিত কফি পেকেটটো দি ভালকৈ মিলি যোৱাকৈ ফেটি লব। আনটোৰখিনিত জিলেটিন মিলাই লৈ
ঘোটক৷
 ছছ্পেন পাতক আৰু তাতে ক্ৰীম, চেনি, কফি
মিহলোৱা গাখীৰ ৫ মিনিট থৈ ওপৰৰ ফেন কাঢ়ি পেলাব৷ তাৰ
 পাছত জিলেটিন মিহলোৱা গাখীৰখিনি দিব, যাতে পুনৰ ফেন নাকাটে৷ লাহে লাহে
লৰাই দিব
 ৷ ২
মিনিটমানতে জিলেটিন মিহলি হ
লে গধুৰ গধুৰ বা ডাঠ নিচিনা লগিব৷ নমাই ৰাখিব। যিকোনো  ডাঙৰ বাটি নাইবা সৰু বাটিত  ভাগই লৈ ঢালি দিব৷ অলপ ঠাণ্ডা হলে১-২ঘণ্টা ফ্ৰীজত থৈ উলিয়াই আনি
চকলেট
 ছিৰাপ দি
লগতে ওপৰত চকলেট ক্ৰাশ্ব্
 কৰি দিব৷ অতি কম সময়ত, কম কষ্টতে, কম খৰচতে জিভাত লাগি যোৱা সুন্দৰ ডি‍ৰ্জাট এবিধৰ জুতি পাব।



কেৰামেল
পুডিং
মূল উপকৰণ
আমূল ক্ৰীম ২০০ মি:লি: (সৰু পেকেট)
আমূল গাখীৰ ২০০ মি:লি: (সৰু পেকেট)
চেনি ২ টেবুল-চামুচ (খোৱা অনুপাতে)
নিৰামিষ জিলেটিন ১ টেবুল-চামুচ (বিকল্প কণী দুটা)

কেৰামেলৰ বাবে
চেনি ৩ টেবুল-চামুচ
পানী ১০ টোপ

প্ৰণালী: প্ৰথমতে কেৰামেলখিনি বনাই ললোঁ৷ কেৰামেলৰ বাবে কম জুইত নন্ষ্টিক পেনত চেনি দি আঙুলিৰে তিনিবাৰমান পানী ছটিয়াব৷ লাহে লাহে গলি যাব আৰু
ৰঙচুৱা ৰং আহিব। নমাই
 দিবমন কৰিব যে কেৰামেলখিনি যাতে
জ্বলি নেযায়৷ ন
হলে
তিতা হ
  এটা ষ্টীলৰ বাটিত কেৰামেলখিনি ঢালি বাটিটো ঘূৰাই  দিব আৰু ছেট হবলৈ দিব।

এতিয়া পেকেটৰ পৰা ২ টেবুল-চামুচ গাখীৰ বেলেগে লৈ তাতে জেলিটিনখিনি গুলি লব৷ ছছ্‌পেনত গাখীৰ, ক্ৰীম, চেনি
মিলাই উতল আহিবলৈ দিব৷ চেনি গলি অলপ ডাঠ যেন অহাত
জি‍লেটিন
মিলাই লোৱা গাখীৰ দিয়া লগে লগে কেই
ছেকেণ্ডমানতে হেতাখনেৰে
লৰাই থা
কোঁতে গধুৰ যেন হয়৷ নমাই কেৰামেল দিয়া বাটিটোত ঢালি প্ৰথমে ৰুম টেম্প’প্ৰেছাৰত থৈ ফ্ৰীজত ২ ঘণ্টা থব৷ প্লেট বা দিশ্বত কেকৰ দৰে ওলোটাই দিলেব৷ বেলেগে
  পুনৰ পৰিৱেশন কৰাৰ প্ৰয়োজন নেথাকে৷ কেৰামেলৰ ৰং বৰ সুন্দৰকৈ ওলায়৷ কাটি পৰিৱেশন কৰিব।

৩৷ ফ্ৰুট্
কা
ষ্টাৰ্ড
মূল উপকৰণ
কাষ্টাৰ্ড পাউদাৰ ২ টেবুল-চামুচ
চেনি ৩ টেবুল-চামুচ (খোৱা অনুপাতে)
লিকুইড গাখীৰ আধা লিটাৰ
যিকোনো মন পন্দৰ ফ্ৰুট্ আপেল, আঙুৰ ২বিধ, ডালিম, কাজু,
পিস্তা ইত্যাদি

প্ৰণালী: আধা লিটাৰ গাখীৰৰ পৰা প্ৰথমে কাপেৰে আধা কাপ গাখীৰ কাঢ়ি লৈ তাতে কাষ্টাৰ্ড
পাউদাৰখিনি
ৰে ঘোল বনাব৷ ছছ্‌পেনত
গাখীৰ উতলাই
  চেনি দিব৷ চেনি গলি যোৱাত তাতে কাষ্টাৰ্ডৰ
ঘোলখিনি জুই কমাই একেলেথাৰিয়ে লৰাই থাকিব৷ ক্ৰমে ডাঠ হৈ আহে আৰু কাষ্টাৰ্ডৰ ৰং
ক্ৰীমি যেন হয়। প্ৰায় ১০ মিনিটমান ভালদৰে লৰাই নমাই থ
ব৷ ঠাণ্ডা
লে নিজৰ
  ন্দ ফ্ৰুট্
কাটি
  কাষ্টাৰ্ডৰ লগত মিলাই দিব৷ বনাবলৈ অতি সহজ আৰু সাধাৰণ
উপকৰণৰ দৰকাৰ হয়৷ ফ্ৰে
শ্ব্ খাবও পাৰে, ফ্ৰীজত থৈও
  পৰিৱেশন
কৰিব পাৰে৷



তৰু চেতিয়া
ফুকন

সেউজপুৰ, ডিব্ৰুগড়-৭৮৬০০১

ভ্ৰাম্যভাষ: ৯৪৩৫২৮৪২৭৮