এটি দেওলগা সোঁত

গীতুমণি
তালুকদাৰ

 
হঠাৎ
বিস্ফোৰণ হ

এটা
নিষিদ্ধ বিস্ফোটক
 
উধাতু
খাই
উজাই
আহিল
প্ৰচণ্ড
এটা
  বিষ
 
পৰিত্ৰাণ
নাই
পৰিত্ৰাণ
নাই
 
 
বিস্ফোটকে
পোৱা
নাই
মাত্ৰাৰ
পূৰ্ণতা
 
ডাক্তৰ
: ইনজেক্‌শ্বন
কবিৰাজ
: বজ্ৰলেপন
,
কাঁইটীয়া
ফুটন
 
এয়া
ৰণচণ্ডী তিৰী নে
পূঁজৰ
আগ্নেয়গিৰি
 
 
নিশ্বাসৰ
মাজেৰে
নিষিদ্ধ
জলঙাৰে
পৰম
স্বস্তিৰে বৈ গ

লাভাৰ
এটি দেওলগা সোঁত …
 
 

ঠিকনা
:

গাঁও : ডুমুৰীয়া

ডাকঘৰ : ভৌকামাৰী
( পাঠশালা)

জিলা : বৰপেটা
(অসম)

পিন : ৭৮১৩২৫

ভ্ৰাম্যভাষ:  ৯১০১৪৬২৮২৬

ই-মেইল : gitumonitalukdar0456@gmail.com