কেশৱ চাউ

 

এঢলীয়া পাহাৰটোৰ তলেদি খোজ কাঢ়ি কাঢ়ি তোমালোক গুচি গ’লা

গ’লা যে গ’লা – এবাৰ হ’লেও

উভতি নাচালা!

 

মই ৰৈ আছিলোঁ

কেনেবাকৈ ঘূৰি চালে

কিজানি দেখা পাওঁ

তোমালোকৰ খাৰুসদৃশ নাকফুলিবোৰ।

 

ঠিকনা :

স্নাতকোত্তৰ প্ৰথম ষান্মাসিক

ৰাজনীতি বিজ্ঞান বিভাগ

ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, অৰুণাচল প্ৰদেশ

ভ্ৰাম্যভাষ : ৮৮১২৯৭২৭৫১