Category অন্যযুগ, এপ্ৰিল, ২০২৪

কণমানিৰ চিন্তা

 নিমিষা শইকীয়া মোক বাৰু তুলি তালি  মা দেউতাই কৰিলে ডাঙৰ কেতিয়াবা  চিন্তা কৰোঁ        পৃথিৱীৰ মাক দেউতাকনো কোন !!        থাকে বাৰু ক’ত ? মাক সোধোতে ক’লে আকাশত থাকে বোলে      পৃথিৱীৰ মাক ওখ ওখ পাহাৰত থাকে …

আই

 বিভাৰাণী তালুকদাৰ (এ) আই,  এশাৰীলিখিবলৈ কওঁতে লিখিলা চাৰিশাৰী অগ্নিপাহাৰৰ চিত্ৰলেখা সখী অনুমানতে আঁকিলা নেদেখা ছবি সমাধান দিলানজনা কথাৰ দেখুৱালা বাট আদেশ শিৰোধাৰ্য! ভেন গঘৰ কটা কাণ পানেই-জংকিৰ প্ৰাণদান সকীয়ালা নিৰ্মমতাৰে বুদ্ধিৰ বিচাৰত নাই আৱেগৰ দাম বুদ্ধিৰে লিখিব পাৰি প্ৰেমৰ কবিতা…

বহাগ

গীতাঞ্জলি বৰকটকী  চ’তৰে শেষতে বহাগে পালেহি গছে বনে সলালে পাত। ঢোলটি বাজিলে পেঁপাটি বাজিলে তত নাইকিয়া গাত॥ আয়ে সূতা কাটিছে বায়ে সূতা কাটিছে নেওথনী যঁতৰটি খৰকৈয়ে ঘূৰাইছে ভনীটিয়ে তাঁতৰ পাতত বহি থৈছে গৰকাতে ভৰি ৰঙা ফুলৰ গামোচা ব’বই যে লাগিব…