হ’টেল মেনেইজমেণ্ট (Hotel Management)

 ° বুলজিৎ  বুঢ়াগোহাঁই
হ’টেল মেনেইজমেণ্ট
(
Hotel Management)-ক কেৰিয়াৰ হিচাপে গ্রহণ কৰিব বিচাৰিলে শিক্ষাৰ্থীগৰাকীয়ে
এই বিষয়ত চাৰ্টিফিকে
, ডিপ্লমা, স্নাতক, স্নাতকোত্তৰ আদি
পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে৷ হ’টেল মেনেইজমেণ্টৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তিৰ
বাবে প্রয়োজন হোৱা শিক্ষাগত অৰ্হতা পাঠ্যক্রম অনুযায়ী বিভিন্ন হয়৷
হ’টেল মেনেইজমেণ্ট
পাঠ্যক্রমত নামভ
ৰ্তিৰ বাবে বেছিভাগ শিক্ষানুষ্ঠানৰ
বাছনি পৰীক্ষা
 হয়৷ বাছনি পৰীক্ষাত Numerical Ability and Analytical Aptitude, Reasoning
and Logical Deduction, General Knowledge & Current Affairs, English
Language, Aptitude for Service Sector আদি বিষয় সামৰি লয়৷ লগতে
শিক্ষাৰ্থীসকলে গ্রুপ ডি
ছ্‌কাশ্বন (Group Discussion)
আৰু সাক্ষাৎকাৰৰ মুখামুখি হ’ব লাগে৷ হ’টেল মেনেইজমেণ্টৰ স্নাতক
পাঠ্যক্রমত নামভ
ৰ্তিৰ বাবে এটা উল্লেখযোগ্য বাছনি পৰীক্ষা নেশ্বনেল কাউন্সিল ফৰ হ’টেল মেনেইজমেণ্ট এণ্ড
কেটাৰিং টে
ক্‌ন’লজি (National
Council for Hotel Management and Catering Technology)’-এ পৰিচালনা
কৰে। এই পৰীক্ষাৰ সবিশেষ ইয়াৰ ৱেবছাইটত (
http://www.nchm.nic.in) চাব পাৰে৷
হ’টেল মেনেইজমেণ্টক
কেৰিয়াৰ হিচাপে গ্রহণ কৰিব বিচৰাসকলৰ কিছুমান গুণ থাকিব লাগে৷ যেনে— ধৈৰ্য
, নিয়মানুৱৰ্তিতা,
একনিষ্ঠতা, উদ্যমী, সুন্দৰ
যোগাযোগৰ দক্ষতা
, সকলো শ্রেণী মানুহৰ
লগত কথা পাতিব পৰা দক্ষতা
, সুন্দৰ কথনশৈলী তথা প্রকাশভংগী,
কষ্ট কৰাৰ মানসিকতা আদিৰ প্রয়োজন৷
দেশৰ বিভিন্ন
স্থানৰ লগতে অসমতো হ’টেল মেনেইজমেণ্ট পাঠ্যক্রম অধ্যয়ন কৰিব পৰা শিক্ষানুষ্ঠান আছে৷
এই শিক্ষানুষ্ঠানকেইখন হ’ল— ই
ন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট,
কেটাৰিং টেকন’লজি‍ এণ্ড এপ্লাইড ন্যুট্ৰিশ্ব, গুৱাহাটী (http://www.ihmctanghy.org.in), অসম
ডাউন টাউন বিশ্ববিদ্যালয় (
https://adtu.in), গেটৱেন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট
  (www.gatewayihm.com)
আদি।
   
হ’টেল মেনেইজমেণ্ট
পাঠ্যক্রম অধ্যয়ন কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল— ইন্‌ষ্টিটিউট
হ’টেল মেনেইজমেণ্ট, কেটাৰিং এণ্ড ন্যুট্ৰিশ্ব, নতুন দিল্লী (http://www.ihmpusa.net);
ইন্‌ষ্টিটিউট অ হ’টেল মেনেইজমেণ্ট, কেটাৰিং টেকন’লজি‍ এণ্ড এপ্লাইড
ন্যুট্ৰিশ্বন
, মুম্বাই (http://www.ihmctan.edu
 ); ইন্‌ষ্টিটিউট
হ’টেল মেনেইজমেণ্ট, কলকাতা (http://www.ihmkolkata.org);
ইন্‌ষ্টিটিউট অ হ’টেল মেনেইজমেণ্ট, বাংগালোৰ (http://www.ihmbangalore.kar.nic.in
 ); ইন্‌ষ্টিটিউট
হ’টেল মেনেইজমেণ্ট, কেটাৰিং
টেকন’লজী এণ্ড এ
প্লাইড ন্যুট্ৰিশ্বন, শ্বিলং
(
 http://www.ihmshillong.nic.in ), ° আম্বেদকাৰ ইন্‌ষ্টিটিউট অ হ’টেল
মেনেইজমেণ্ট
, কেটাৰিং এণ্ড ন্যুট্ৰিশ্বন, চণ্ডীগড় (http://ihmchandigarh.org); দিল্লী
ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট এণ্ড কেটাৰিং টেকন’ল
জি, নতুন
দিল্লী (
http://www.dihm.net); ইন্‌ষ্টিটিউট
হ’টেল মেনেইজমেণ্ট, কেটাৰিং টেকন’লজি এণ্ড এপ্লাইড ন্যুট্ৰিশ্বন,গোৱা (https://ihmgoa.gov.in
 ); ইন্‌ষ্টিটিউট অব
হ’টেল মেনেইজমেণ্ট
, চেন্নাই (www.ihmchennai.org
 ); ইন্‌ষ্টিটিউট অব
হ’টেল মেনেইজমেণ্ট
, কেটাৰিং টেকন’লজি এণ্ড এপ্লাইড ন্যুট্ৰিশ্বন,
হায়দৰাবাদ (http://www.ihmhyd.org
 ); ইন্‌ষ্টিটিউট অব
হ’টেল মেনেইজমেণ্ট
, কেটাৰিং টেকন’লজি এণ্ড এপ্লাইড ন্যুট্ৰিশ্বন,
জয়পুৰ (http://www.ihmjaipur.com
 ); ইন্‌ষ্টিটিউট অব
হ’টেল মেনেইজমেণ্ট
, হাজিপুৰ (http://ihmhajipur.net);
ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, কেটাৰিং
এণ্ড ন্যুট্ৰিশ্বন
, চিমলা (http://ihmshimla.org);
ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, আহমেদাবাদ
(
http://www.ihmahmedabad.com
 ); ইন্‌ষ্টিটিউট অব
হ’টেল মেনেইজমেণ্ট
, ভূপাল (https://www.ihmbhopal.ac.in);
ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, কেটাৰিং টেকন’লজি
এণ্ড এপ্লাইড ন্যুট্ৰিশ্বন
, ভূৱনেশ্বৰ (http://www.ihmbbs.org
 ); ইন্‌ষ্টিটিউট
হ’টেল মেনেইজমেণ্ট, গুৰদাসপুৰ (http://www.ihmgurdaspur.org
 ); ইন্‌ষ্টিটিউট
হ’টেল মেনেইজমেণ্ট, গোৱালিয়ৰ (http://www.ihmgwalior.net
 ); ইন্‌ষ্টিটিউট অব
হ’টেল মেনেইজমেণ্ট
, লক্ষ্নৌ (http://www.ihmlucknow.com
 ); ইন্‌ষ্টিটিউট অব
হ’টেল মেনেইজমেণ্ট
, শ্রীনগৰ (http://www.ihmsrinagar.org
 ); ইন্‌ষ্টিটিউট অব
হ’টেল মেনেইজমেণ্ট
, তিৰুৱন্তপুৰম (https://www.ihmctkovalam.ac.in);
ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, ঔৰংগাবাদ
(
http://www.ihmaurangabad.ac.in); অশোক ইন্‌ষ্টিটিউট অব হস্পিটেলিটি এণ্ড টুৰিজ্‌ম মেনেইজমেণ্ট
(
 https://itdc.co.in/);
বানাৰসিদাস চান্দিৱালা ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট এণ্ড
কেটাৰিং টেকন’লজি (
http://www.bcihmct.ac.in); লক্ষ্য
ভাৰ
তী ইন্‌ষ্টিটিউট অব ইণ্টাৰনেচনেল হ’টেল মেনেইজমেণ্ট (http://www.lbiihm.com);
ৰয় বিশ্ববিদ্যালয়, দিল্লী (http://www.raiuniversity.edu);
ছ. আৰ. এম. ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট (http://www.srmuniv.ac.in);
° ৱাই.
. আৰ. নেশ্বনেল ইন্‌ষ্টিটিউট অব টুৰিজ্‌ম এণ্ড হস্পিটেলিটি মেনেইজমেণ্ট (http://www.nithm.ac.in);
চণ্ডীগড় ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট এণ্ড কেটাৰিং টেকন’লজি (http://cihmct.com);
চিটকাৰা স্কুল অব হস্পিটেলিটি, চণ্ডীগড় (
 http://www.chitkara.edu.in/hospitality) আদি৷ এই শিক্ষানুষ্ঠানবোৰৰত নামভৰ্তি কৰিব বাবে
প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে৷ লগতে
নামভৰ্তি
বাবে বিজ্ঞাপন বাতৰি কাকতত প্রকাশ হয়৷
হ’টেল মেনেইজমেণ্টত
শিক্ষাগ্রহণ কৰা শিক্ষাৰ্থীৰ বাবে বিভিন্ন ধৰণৰ কেৰিয়াৰৰ সুবিধা আছে৷ নিযুক্তি লাভ
কৰিব পৰা ক্ষেত্রবোৰৰ কিছুমান হ’ল— হ’টেল
, ৰেষ্ট্যুৰেণ্ট,
এয়াৰলাইন কেটাৰিং, হস্পিটেল মেনেইজমেণ্ট এণ্ড
কেটাৰিং
, হ’টেল আৰু কেটাৰিঙৰ প্রতিষ্ঠান; ৰেলৱে’, বেংক আদিৰ কেটাৰিং
বিভাগ
, অতিথিশালা, পৰ্যটন বিভাগ আদি
ভ্ৰাম্যভাষ:
৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com