গীতুমণি
তালুকদাৰ
হঠাৎ
বিস্ফোৰণ হ’ল
এটা
নিষিদ্ধ বিস্ফোটক
উধাতু
খাই
উজাই
আহিল
প্ৰচণ্ড
এটা বিষ
পৰিত্ৰাণ
নাই
পৰিত্ৰাণ
নাই
বিস্ফোটকে
পোৱা
নাই
মাত্ৰাৰ
পূৰ্ণতা
ডাক্তৰ
: ইনজেক্শ্বন
কবিৰাজ
: বজ্ৰলেপন,
কাঁইটীয়া
ফুটন
এয়া
ৰণচণ্ডী তিৰী নে
পূঁজৰ
আগ্নেয়গিৰি
নিশ্বাসৰ
মাজেৰে
নিষিদ্ধ
জলঙাৰে
পৰম
স্বস্তিৰে বৈ গ’ল
লাভাৰ
এটি দেওলগা সোঁত …
তালুকদাৰ
হঠাৎ
বিস্ফোৰণ হ’ল
এটা
নিষিদ্ধ বিস্ফোটক
উধাতু
খাই
উজাই
আহিল
প্ৰচণ্ড
এটা বিষ
পৰিত্ৰাণ
নাই
পৰিত্ৰাণ
নাই
বিস্ফোটকে
পোৱা
নাই
মাত্ৰাৰ
পূৰ্ণতা
ডাক্তৰ
: ইনজেক্শ্বন
কবিৰাজ
: বজ্ৰলেপন,
কাঁইটীয়া
ফুটন
এয়া
ৰণচণ্ডী তিৰী নে
পূঁজৰ
আগ্নেয়গিৰি
নিশ্বাসৰ
মাজেৰে
নিষিদ্ধ
জলঙাৰে
পৰম
স্বস্তিৰে বৈ গ’ল
লাভাৰ
এটি দেওলগা সোঁত …
ঠিকনা
:
:
গাঁও : ডুমুৰীয়া
ডাকঘৰ : ভৌকামাৰী
( পাঠশালা)
( পাঠশালা)
জিলা : বৰপেটা
(অসম)
(অসম)
পিন : ৭৮১৩২৫
ভ্ৰাম্যভাষ: ৯১০১৪৬২৮২৬