পংকজ গোবিন্দ মেধি
বগলী
আৰু বকুলৰ মাজত কোনো সম্পৰ্ক নাই
বগলী
আৰু গাখীৰৰ মাজত কোনো সম্পৰ্ক নাই
মাথোঁ
এটা মিলহে আছে
বগলী
বকুল আৰু গাখীৰ দেখিবলৈ বগা
সেই
অৰ্থত আমাৰ মাজৰ কিছুমানৰ
বগলী
বকুল আৰু গাখীৰৰ সৈতে অপূৰ্ব সাদৃশ্য আছে
পিছে
তেওঁলোকৰ সকলোৱে বলুকাৰ বিয়লি বেলাত
বগলীৰ
পাখিৰ দৰে উদাৰভাৱে মেলি নিদিয়ে আন্তৰিক বাহু
সুগন্ধি
বকুলৰ দৰে তেওঁলোকে গুণৰ মালা নাগাঁঠে
গাখীৰৰ
দৰে নোযোগায় পুষ্টি
তেওঁলোকৰ
মাজৰ অনেকে চৰ্ম-বৰ্ণক লৈ গৰ্ব কৰে
নিজক
প্রভু সজাই অইনক দাস সজাব খোজে
গ্ৰহটোক
বৰ্ণৰ মাপেৰে দুভাগ কৰিব পৰাকেই সফলতা হিচাপে বুজে
যিসকলে
নোখোজে সংখ্যাত তেওঁলোক তাকৰ
তেওঁলোকে
মানৱ ধূন গায়
প্ৰকৃতি
পশু-পখীৰ পৰশত পৰৱশ হয়
বগলী
আৰু বকুলৰ মাজত কোনো সম্পৰ্ক নাই
বগলী
আৰু গাখীৰৰ মাজত কোনো সম্পৰ্ক নাই
মাথোঁ
এটা মিলহে আছে
বগলী
বকুল আৰু গাখীৰ দেখিবলৈ বগা
সেই
অৰ্থত আমাৰ মাজৰ কিছুমানৰ
বগলী
বকুল আৰু গাখীৰৰ সৈতে অপূৰ্ব সাদৃশ্য আছে
পিছে
তেওঁলোকৰ সকলোৱে বলুকাৰ বিয়লি বেলাত
বগলীৰ
পাখিৰ দৰে উদাৰভাৱে মেলি নিদিয়ে আন্তৰিক বাহু
সুগন্ধি
বকুলৰ দৰে তেওঁলোকে গুণৰ মালা নাগাঁঠে
গাখীৰৰ
দৰে নোযোগায় পুষ্টি
তেওঁলোকৰ
মাজৰ অনেকে চৰ্ম-বৰ্ণক লৈ গৰ্ব কৰে
নিজক
প্রভু সজাই অইনক দাস সজাব খোজে
গ্ৰহটোক
বৰ্ণৰ মাপেৰে দুভাগ কৰিব পৰাকেই সফলতা হিচাপে বুজে
যিসকলে
নোখোজে সংখ্যাত তেওঁলোক তাকৰ
তেওঁলোকে
মানৱ ধূন গায়
প্ৰকৃতি
পশু-পখীৰ পৰশত পৰৱশ হয়