বিনিময় দাস
দৃষ্টিৰ সমৰৈখিকভাৱে চাওঁ-
চকীখন একে ঠাইতে আছে,
মানুহবোৰ ইফাল-সিফাল হ’ল ৷
সোঁফালৰবোৰ বাওঁফালে গ’ল,
আৰু বাওঁফালৰবোৰ সোঁফালে ৷
বহাজনেও দুবাৰমান উঠি
আকৌ বহিল৷
লাভৰ লাভ হ’ল-
ঘৰখন অসম্ভৱ লেতেৰা কৰিল সিহঁতে৷
বিনিময় দাস
দৃষ্টিৰ সমৰৈখিকভাৱে চাওঁ-
চকীখন একে ঠাইতে আছে,
মানুহবোৰ ইফাল-সিফাল হ’ল ৷
সোঁফালৰবোৰ বাওঁফালে গ’ল,
আৰু বাওঁফালৰবোৰ সোঁফালে ৷
বহাজনেও দুবাৰমান উঠি
আকৌ বহিল৷
লাভৰ লাভ হ’ল-
ঘৰখন অসম্ভৱ লেতেৰা কৰিল সিহঁতে৷