মানস প্ৰতিম দত্ত
গছ আছিল
নৈ আছিল
ছাঁ আছিল
বতাহ-বৰষুণ-সপোন আছিল
মানুহ আহিল
এতিয়া
ক’লৈ যাওঁ
গছ, নৈ নোহোৱা পৃথিৱীত
আপাততঃ
মই আছো
মই নাই…
***
মানস প্ৰতিম দত্ত
গছ আছিল
নৈ আছিল
ছাঁ আছিল
বতাহ-বৰষুণ-সপোন আছিল
মানুহ আহিল
এতিয়া
ক’লৈ যাওঁ
গছ, নৈ নোহোৱা পৃথিৱীত
আপাততঃ
মই আছো
মই নাই…
***