ৰেডিঅ’ জ’কি (Radio Jockey)

 ° বুলজিৎ বুঢ়াগোহাঁই

 

        ৰেডিঅ  কি
বা চমুকৈ আৰ.
 জে. ল ৰেডিঅ কাৰ্যক্ৰমণিকাবোৰৰ আঁত ধৰা লোক৷ সহজ অৰ্থত ইয়াক ৰেডিঅ কাৰ্যক্ৰমণিকাবোৰৰ সূত্ৰধাৰ’ বুলিব পাৰি৷ প্রথমে এটা কথা
উল্লেখ কৰা লোৱা ভাল হ
ব যে ৰেডিঅকি হোৱাৰ বাবে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষাৰ প্রয়োজন নাই৷ কিন্তু ন্যূনতম
শিক্ষাগতৰ অৰ্হতা দ্বাদশ শ্রেণী উত্তীৰ্ণ অথবা স্নাতক ডিগ্রীধাৰী হ
লে ভাল হয়৷ ৰেডিঅ
 কিৰ প্ৰশিক্ষণ দিয়া
শিক্ষানুষ্ঠানও আছে৷ বৰ্তমান ৰেডিঅ
  কি এটা জনপ্রিয়
কেৰিয়াৰ।

         এজন সফল ৰেডিঅ কি
হবলৈ কিছুমান গুণ থকা দৰকাৰ
যেনে– সু-কণ্ঠস্বৰ, যোগাযোগ দক্ষতা থকা, সৃজনী-শক্তি থকা, সংগীতৰ বিষয়ে ভাল
জ্ঞান থকা
সংগীত প্রতি আসক্তি থকাশব্দৰ বিষয়ে জ্ঞান থকাহহুঁৱাব পৰা, শ্ৰোতা মনোৰঞ্জন দিব
পৰা
সমাজপ্ৰিয়প্ৰভাৱশালী, সময়ানুৱৰ্ত্তিতা আদি৷

          ৰেডিঅ  কিক
কেৰিয়াৰ হিচাপে কৰিব বিচৰাসকলে ৰেডিঅ
 কিৰ প্ৰশিক্ষণ দিয়া
শিক্ষানুষ্ঠানত শিক্ষা গ্রহণ কৰিব পাৰে
লগতে মাছ কমিউনিকেন
শিক্ষা গ্রহণ কৰিলেও লাভৱান হ
ব। ৰেডিঅ কিৰ প্ৰশিক্ষণ তথা মাছ
কমিউনিকে
শ্বন শিক্ষা গ্রহণ কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান
শিক্ষানুষ্ঠান হ
ল –
 ইণ্টাৰনেশ্বনেল ইন্‌ষ্টটিউট অৱ মাছ মিডিয়া (http://www.iimmdelhi.com),
ইণ্ডিয়ান ইন্‌ষ্টিটিউট অৱ মাছ কমিউনিকেশ্বন(http://iimc.nic.in), ৰেডিঅচিটি স্কুল অৱ ব্ৰডকাষ্টিং, মুম্বাই (https://www.radiocity.in/radiocity-school-of-broadcasting
 ), মুদ্ৰা ইনষ্টিটিউট অৱ কমিউনিকেচন (এমআইচিএ), আহমেদাবাদ (https://www.mica.ac.in), এছিয়ান
একাডেমী অৱ ফিল্ম এণ্ড টেলিভি
শ্ব
 (http://aaft.com), এমিটি স্কুল অৱ কমিউনিকেশ্বন (https://www.amity.edu/asco/),    চেণ্টাৰ ফৰ ৰিছাৰ্চ
ইন্ আৰ্ট অৱ ফিল্ম এণ্ড টেলিভি
শ্বন(http://log2craft.org),
জেভিয়াৰ ইন্‌ষ্টিটিউট অৱ কমিউনিকেশ্বন(http://www.xaviercomm.org)
 আদি৷ এই শিক্ষানুষ্ঠানবোৰত বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে প্রয়োজন
হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে৷ লগতে নাম
ভৰ্তি বাবে বিজ্ঞাপন বাতৰি কাকতত প্রকাশ হয়৷

      অসমত ৰেডিঅ কিৰ
প্ৰশিক্ষণ গ্রহণ কৰিব পৰা বিশেষ শিক্ষানুষ্ঠান নাই কিন্তু মাছ কমিউনিকে
শ্বনৰ শিক্ষা গ্রহণ কৰিলে ৰেডিঅ
 কিৰ বিষয়ে জ্ঞান আহৰণ
কৰিব পাৰে৷ এই পাঠ্যক্রম আগবঢ়োৱা অসমৰ শিক্ষানুষ্ঠান কেইখনমান হ
ল-
 গুৱাহাটী বিশ্ববিদ্যালয় (http://www.gauhati.ac.in),  তেজপুৰ বিশ্ববিদ্যালয় (www.tezu.ernet.in),  অসম বিশ্ববিদ্যালয় (www.aus.ac.in),  ডিব্রুগড় বিশ্ববিদ্যালয় (www.dibru.ac.in),  অসম মহিলা
বিশ্ববিদ্যাল
(www.awu.ac.in),  কৃষ্ণকান্ত সন্দিকৈ
ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (
www.kkhsou.in),  কটন  বিশ্ববিদ্যালয় (http://mcj.cottonuniversity.ac.in),   অসম ডন বস্ক বিশ্ববিদ্যালয় (https://www.dbuniversity.ac.in), মহাপুৰুষ
শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় (
https://mssv.ac.in), ভট্টদেৱ বিশ্ববিদ্যালয় (https://www.bhattadevuniversity.ac.in),
Turning Point Institute of Media
& Creative Skills
 ,  অসম সাংবাদিকতা বিদ্যালয়, গুৱাহাটী আদি৷

    শিক্ষাগত অৰ্হতা
আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি
 ৰেডিঅজকি চাকৰি লাভ কৰিব পৰা কেইটামান ৰেডিঅষ্টেশ্বন হল – অল ইণ্ডিয়া
ৰেডিঅ
’, ৰেডিঅলুইত
,
বিগ  এফএম, ৰেড  এফএম, ৰেডিঅগুপশ্বপ, ৰেডিঅমিৰ্চি,
বিবি ভাৰতী
 আদি৷

 

  

° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ
পৰামৰ্শদাতা
   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্কবিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com 

 

বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে,তেন্তে প্ৰত্যেক
শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে৷