প্ৰয়াগ শইকীয়া
শেষ হল ৰাত্ৰি
ঊষা হৈ আহিল উমা ছেত্ৰী
আমাৰ ক্ৰিকেটে পালে ছন্দ
ভূমিজ তনয়াৰ বিজয়েৰে আলোকিত হিয়াৰ ভূখণ্ড
এই অনন্য আনন্দ যাত্ৰাৰ আমিও যেন আজি সহযাত্ৰী
অভিনন্দন উমা ছেত্ৰী !
প্ৰয়াগ শইকীয়া
শেষ হল ৰাত্ৰি
ঊষা হৈ আহিল উমা ছেত্ৰী
আমাৰ ক্ৰিকেটে পালে ছন্দ
ভূমিজ তনয়াৰ বিজয়েৰে আলোকিত হিয়াৰ ভূখণ্ড
এই অনন্য আনন্দ যাত্ৰাৰ আমিও যেন আজি সহযাত্ৰী
অভিনন্দন উমা ছেত্ৰী !