হিমাংশু ভাগৱতী
৫৪৩
+ ২৪৫ = ০
ভুল
বুলি ভবা যোগটো অতি সৰলভাৱে শুদ্ধ
মাজে-সময়ে
হাতৰ নখত লগাই দিয়া চিয়াঁহীকণ
নীলা
বুলিয়ে সৰলভাৱে ভবা যায়
অথচ
বহু দিনলৈ লাগি থকা দাগটো ক’লা
সমদলত
সৰলভাৱে যোগ
দিয়াৰ
এটা
ঋতুৰ পাছতহে
কেমেলিয়নক
অনুসৰণ কৰাৰ ভাগৰ আহে,
এই
সাধুটো বাৰে বাৰে ঘূৰে
ইফালে–সিফালে অকালতে নোহোৱা হোৱা
মানুহবোৰ
আচলতে
শূন্যহে
অধিকাৰ
কোঁদোবাহ, চুব খুজিলেই বিপদ
৫৪৩+
২৪৫ = ০
এই
শূন্যটো শূন্য বুলি নাভাবিব
সৰলভাৱে
এই শূন্যটোৱে গিলি থয়
প্ৰায়
এশ আঠত্ৰিছ কোটি
লাখ
লাখ শ শ
+ ২৪৫ = ০
ভুল
বুলি ভবা যোগটো অতি সৰলভাৱে শুদ্ধ
মাজে-সময়ে
হাতৰ নখত লগাই দিয়া চিয়াঁহীকণ
নীলা
বুলিয়ে সৰলভাৱে ভবা যায়
অথচ
বহু দিনলৈ লাগি থকা দাগটো ক’লা
সমদলত
সৰলভাৱে যোগ
দিয়াৰ
এটা
ঋতুৰ পাছতহে
কেমেলিয়নক
অনুসৰণ কৰাৰ ভাগৰ আহে,
এই
সাধুটো বাৰে বাৰে ঘূৰে
ইফালে–সিফালে অকালতে নোহোৱা হোৱা
মানুহবোৰ
আচলতে
শূন্যহে
অধিকাৰ
কোঁদোবাহ, চুব খুজিলেই বিপদ
৫৪৩+
২৪৫ = ০
এই
শূন্যটো শূন্য বুলি নাভাবিব
সৰলভাৱে
এই শূন্যটোৱে গিলি থয়
প্ৰায়
এশ আঠত্ৰিছ কোটি
লাখ
লাখ শ শ
শ্ৰব্য ৰূপ