হ’ল-নহ’লৰ ছনেট

সমুদ্ৰ কাজল শইকীয়া

 

লবোৰেৰে জীৱনটো হ
নে নহ
লবোৰেৰে হ?

লবোৰেৰে কিছুমান যে নহয় – বুজিলোঁ অতখিনি

নহলবোৰেৰে হল কি কি
সেয়াও দেখিলোঁ ভালেখিনি।

নামটো এৰি মালিকৰ আত্মকথা পঢ়িবলৈ নহল।

 

পদূলিয়ে পদূলিয়ে কোনে ৰিঙিয়াই গ,
শুনো- ”;

ল অল বুলি কান্দোনৰ ৰোল উঠিল চোতালত।

চকুলো যি নোলাল তেতিয়া, ওলাল ফুটবল খেলত

হাজাৰ মানুহে উল্লাসেৰে যেতিয়া চিঞৰিছিল- গল।।

 

তোমাৰ নামটো হোৱাৰ ঘৰত ৰল নে নোহোৱাৰ ঘৰলৈ
?

পূৰ্ণতাৰ-শূন্যতাৰ নহৰু-পনৰু দুয়োটা বাটি তোমাৰে হল।

ঘিটিঙাই বজা কাঁহৰ বাটিৰ ধ্বনিটোহে কিজানিবা মোৰ হল।

তুমি নহালৈকে বাৰু ব্ৰহ্মাণ্ডখনেই মোৰ আছিল, এজ এ হল।

তাৰ পাছত অব্লেক হ, বাৰ্কাৰল বাৰ্কাৰ, কি বা জানো হল!

কি যে ৰ, কি কোন হাতে
ল তাকে চাবলৈকেনো কোনেই বা ৰ?


কবিৰ ইমেইল: kankhowa@gmail.com,

ভ্ৰাম্যভাষ: ৯৮১১৩৭৫৫৯৪