ৰ’দত কোনে কি কি কৰে
ড০ সঞ্চিতা বৰা কাঁচিয়লি ৰ’দত ৰচকী পখিলাই মেলি পাখিযুৰি, ফুলক জোকাই উফৰি ফুৰে ৰংবোৰ কৰি চুৰি। চৌফলীয়া ৰ’দত কেৰ্কেটুৱাই নেজৰ ছাতি মেলি, নানা গুটি খায় বাঁহৰ আগৰ জুলনাখনত জুলি। পকা ৰ’দত কপৌহালিয়ে ওমলেহি চোতালতে, ভাল পায় খাই দুপৰৰ ভাত…