মন্দিৰৰ ঘণ্টা (হাইকু)

মূল :  য়োচা বুছন (Yosa
Buson)
 

ভাবানুবাদ
: প্ৰশান্ত
  মিশ্ৰ

 

এহেজাৰ
কেজি ওজনৰ মন্দিৰৰ এটা ঘণ্টাত

এজনী
পখিলা আহি পৰিলেহি

আৰু
নিঃশব্দে টোপনি গ’ল।