হিয়া
যশোৱন্ত নিপুণ সিদিনা চাহ-দোকানখনৰ সম্মুখত ৰমেশক লগ পালোঁ৷ বেছ কিছুদিনৰ পাছত লগ পালোঁ কাৰণে ক’লোঁ বোলে চাহ একাপ খাওঁ একেলগে৷ পিছে তাৰ বৰ খৰ-ধৰ৷ কথাটো কি? “ৰত্নদা মৰিল পুৱাই৷ খৰি দিবলৈ যাব লাগিব৷” সি উত্তৰ দিছিল৷ মই আচৰিত হৈছিলোঁ৷…
যশোৱন্ত নিপুণ সিদিনা চাহ-দোকানখনৰ সম্মুখত ৰমেশক লগ পালোঁ৷ বেছ কিছুদিনৰ পাছত লগ পালোঁ কাৰণে ক’লোঁ বোলে চাহ একাপ খাওঁ একেলগে৷ পিছে তাৰ বৰ খৰ-ধৰ৷ কথাটো কি? “ৰত্নদা মৰিল পুৱাই৷ খৰি দিবলৈ যাব লাগিব৷” সি উত্তৰ দিছিল৷ মই আচৰিত হৈছিলোঁ৷…
২০১৪ চনৰ পৰা ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত ৰাজনৈতিক আৰু সামৰিক সংঘাত চলি আহিছে আৰু ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীৰ পৰা ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে স্পষ্ট ৰূপত সামৰিক অভিযান আৰম্ভ কৰে৷ যোৱা তিনি বছৰৰো অধিক কাল এই দুইখন দেশে পৰস্পৰৰ বিৰুদ্ধে যুঁজি…
কিশোৰ মনজিৎ বৰা ধোঁৱাৰ মাজতো কিবা এটা নদী নদী ভাব আছিল খিৰিকীৰ আকাশত দুলিছিল চকু দুটি সৰিয়হ ফুলৰ পৰাগধানী তেওঁ জোতা দুপাট মোলৈ এৰি থৈ গৈছিল পাহৰণিৰ সেই জোতা দুপাটকে লৈ মই গোটেই জীৱন হেমন্তৰ গধূলিবোৰক বসন্তলৈ অনুবাদ কৰি থাকিলোঁ নীৰৱ…
কুশল দত্ত আহাৰ–শাওণে জাগল পাতিছে আটাইবোৰ সেউজীয়া কজলা হৈ তিতি আছে শোকত ঘাঁহ বন জোপোহা লতাবোৰ তিতি আছে শোকত পুনি মেটেকা ভেঁট পদুমবোৰ তিতি আছে শোকত কলমৌ কেঁহেৰু চেঁচুৰ শেলুকবোৰ তিতি আছে শোকত ইকৰা খাগৰি উলূ বৰতাবোৰ তিতি…
অমৃত গোস্বামী মধ্য অসমৰ মানুহে পিকনিক বা বনভোজ খোৱা ঠাই– ‘আকাশী গংগা।’ এইটো মোৰ আগৰেপৰা জনা কথা। আকৌ,কেইবছৰ মানৰ আগতে বৰদোৱা বা বটদ্ৰৱা থান দৰ্শন কৰিবলৈ যাওঁতে স্থানীয় লোক এজনে মোক থানৰ ভিতৰত থকা বৃহৎ পুখুৰী এটা দেখুৱাই কৈছিল– “এয়া…
মানস প্ৰতিম দত্ত ক্ৰমশঃ পথাৰ হ’ব ধৰা বিল এখনে মেটেকাৰ মাজৰ পৰা কাবান জুৰিছে। নৈপৰীয়া প্লাষ্টিকৰ পাহাৰ। পানীত বিষাক্ত অৱশেষ। মাছৰ শ্বাসত বিষ। ক’ৰ পৰা ক’লৈ গৈছে মাজনিশাৰ জোনাকী পৰুৱা। আয়াং ঐ, বিলপৰীয়া নাৱত বহি কথা পাতোঁগৈ ব’ল। মাছুৱৈ আৰু…
নিতুপৰ্ণ ৰাজবংশী
মাধুৰী সন্দিকৈ জুই একুৰা জ্বলাইছোঁ নিজে খৰি হৈ হাতে হাতে ঘিঁউ মুখত মৌ ফুটা কলহত পানী কাউৰীয়ে ঠোঁট পখলা দিনৰে পৰাই পানীয়ে কেৱল পখালি আছে শৰীৰ কাপোৰ কাঁহী-বাটি পাপ কমণ্ডলুৰ এচলু পানীয়ে কিমান পাপ ধুব পাৰে৷
পঙ্কজ প্ৰতিম বৰদলৈ ভাৰতীয় প্ৰেক্ষাপটত স্থানীয় ইতিহাসে ভৌগোলিকভাৱে সীমিত অঞ্চলত – যেনে গাঁও, চহৰ বা জিলাৰ অতীতৰ পৰিঘটনা, মানুহ, আৰু সাংস্কৃতিক ঐতিহ্যৰ অধ্যয়ন আৰু নথিভুক্তকৰণক বুজায়৷ ই এক তৃণমূল পৰ্যায়ৰ পদ্ধতি যিয়ে মহানগৰ,সৰু চহৰ, বা গাঁও ৰ ওপৰত গুৰুত্ব…
ড০ পৰমানন্দ মহন্ত ভাৰতৰ অগ্ৰণী জ্যোতিপদাৰ্থবিদ ড০ জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ ২০ মে’ (২০২৫)ত দেহাৱসান ঘটে৷ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকাৰ সময়ত ১৯৬৪ চনতেই তেওঁ খ্যাতি লাভ কৰে মহাকৰ্ষণ সম্বন্ধে এটা বিকল্প তত্ত্ব দাঙি ধৰি৷ গৱেষণা গুৰু অধ্যাপক ফ্ৰড হয়লৰ লগত…