নৃপেন গোস্বামী
সূত্ৰ এটিৰ নাম
জুবিন
মাটি
মানুহ
মমতা
সূত্ৰৰ পৰিধিত
পখী
বৃক্ষ
প্ৰকৃতি
মায়া যাৰ নাই সি
সদায় যমৰ প্ৰিয়
কিন্তু
যাৰ জনম সিদ্ধিৰ
অন্য, অনন্য
তাৰ মৃত্যু শাশ্বত
জগত পোহৰ কৰাৰ যুক্তিৰে…
নৃপেন গোস্বামী
সূত্ৰ এটিৰ নাম
জুবিন
মাটি
মানুহ
মমতা
সূত্ৰৰ পৰিধিত
পখী
বৃক্ষ
প্ৰকৃতি
মায়া যাৰ নাই সি
সদায় যমৰ প্ৰিয়
কিন্তু
যাৰ জনম সিদ্ধিৰ
অন্য, অনন্য
তাৰ মৃত্যু শাশ্বত
জগত পোহৰ কৰাৰ যুক্তিৰে…