উৰ্মি জুলী শইকীয়া
যন্ত্ৰণাই যে আজি গান গায় মোৰ
ভিতৰত
এই শৰীৰটো মোৰ বুলি
কোনে জানিছে…
কোনে আনে
মোক খালী কৰি
ফাগুনৰ দুৱাৰডলিলৈ
বতাহে মোক যেনেকৈ পাৰে তেনেকৈ
খুঁচিছে…
ভ্ৰাম্যভাষ : ৭৫৭৭৮২২৯২৯
উৰ্মি জুলী শইকীয়া
যন্ত্ৰণাই যে আজি গান গায় মোৰ
ভিতৰত
এই শৰীৰটো মোৰ বুলি
কোনে জানিছে…
কোনে আনে
মোক খালী কৰি
ফাগুনৰ দুৱাৰডলিলৈ
বতাহে মোক যেনেকৈ পাৰে তেনেকৈ
খুঁচিছে…
ভ্ৰাম্যভাষ : ৭৫৭৭৮২২৯২৯