লোককথা
মিণ্টুল হাজৰিকা আঁটি আঁটি বান্ধি শালিধানৰ টোম মেঘৰ বাটেৰে পোনালোঁ বাট নাকটোৰ দৰে পোন আইৰ আঙুলিকেইটাৰ দৰে পৱিত্ৰ তিনিআলি চ’কটোত লগ পোৱা কাউৰীজাকক টোমৰ পৰাই বিলাই দিলোঁ পেট ভৰক বুলি মুঠিয়ে মুঠিয়ে ধান কিয়নো, সিহঁতে মোক মৃত্যুৰ পৰা জীয়াই তোলে…
মিণ্টুল হাজৰিকা আঁটি আঁটি বান্ধি শালিধানৰ টোম মেঘৰ বাটেৰে পোনালোঁ বাট নাকটোৰ দৰে পোন আইৰ আঙুলিকেইটাৰ দৰে পৱিত্ৰ তিনিআলি চ’কটোত লগ পোৱা কাউৰীজাকক টোমৰ পৰাই বিলাই দিলোঁ পেট ভৰক বুলি মুঠিয়ে মুঠিয়ে ধান কিয়নো, সিহঁতে মোক মৃত্যুৰ পৰা জীয়াই তোলে…
উৰ্মি জুলী শইকীয়া যন্ত্ৰণাই যে আজি গান গায় মোৰ ভিতৰত এই শৰীৰটো মোৰ বুলি কোনে জানিছে… কোনে আনে মোক খালী কৰি ফাগুনৰ দুৱাৰডলিলৈ বতাহে মোক যেনেকৈ পাৰে তেনেকৈ খুঁচিছে… ভ্ৰাম্যভাষ : ৭৫৭৭৮২২৯২৯ পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT
দেৱাশিস বুঢ়াগোহাঁই তৰাং পুখুৰীটোৰ সিপাৰে বাঁহনিজোপাৰ গুৰিতে বহি আছে উদং এটা দুপৰীয়া৷ এইপাৰত এজুপি বালিচঁহীয়া বগৰী বগৰীজোপাই বেঙা মেলি মেলি চাই বতাহত উৰি ফুৰা ল’ৰাজাক বল খেলিবলৈ আহিছে বা নাই! গা চমচমোৱা দুপৰ জিলিৰ ঝিলিক দুপৰ শুকান পাতৰ খৰমৰণি— ৰাতিৰ…
জয়ন্ত দত্ত গান এটাই চকটো কপাই থাকে পুতৌৰ হাতবোৰে হুমুনিয়াহ কাঢ়ে চকুৰ আন্ধাৰ নেওচি উজলে মাতৰ সোণ-ৰূপ কণ্ঠ ফাটি নিগৰা তেজে সেই অন্ধত্বৰ সিপাৰৰ ট ট দুহালি চকুৰ ভোগ মচে…. সেই গানৰ কঁপনিৰ তলেৰে দুলৰ প্ৰতিদিনেই অহা-যোৱা যোগ্যতাৰ শিখৰত উঠিও…
কুমুদ ঘোষ সকলো কবিৰে একোটা নিলিখা কবিতা থাকেলিখোঁ লিখোঁ বুলি ভাবিওকোনো কবিয়েই লিখিব নোৱাৰে সেই নিলিখা কবিতাটো। নিলিখা কবিতাটোক সাক্ষী কৰিকবিতাৰ সমদল আগ বাঢ়ে,নিলিখা কবিতাটোক বুকুত সাবটি প্ৰতিজন কবিয়ে প্ৰতি ৰাতি চকু দুটা মুদে। একেটা কবিতাকে লিখি থাকেঅথচ নিলিখা কবিতাটো লিখিব নোৱাৰে।…
কিশোৰ মনজিৎ বৰা গোটেই বছৰেই কচু বেপাৰীৰ মাৰ্চ এণ্ডিং তথাপি তেওঁৰ বাইচিকলৰ পেডেল ৰৈ নাযায় জুইত পাখি পুৰি মৰিলেও চগাই ভয় নকৰে জ্বলিবলৈ এই চহৰখনত কি লাগিছে কোনেও কাৰো চকুলৈ নেচায় পাচলিৰ দৰতকৈ কম জীৱনৰ দাম …
অবন্তিকা পৰাশৰ ন-কইনা হৈ অহাৰে পৰা ৰাধাই তেনেকৈয়েই দেখি আহিছে মানুহজনীক। শোৱাকোঠাৰ খিৰিকী, বাৰাণ্ডা অথবা ঘৰটোৰ আগ-পিছ সামৰি ৰখা বাৰীখনৰ কোনোবা এটা চুকত কিবা ভাবি-গুণি থিয় হৈ থাকে তেওঁ। ভাবলেশহীন মুখ, দৃষ্টি দূৰ-দিগন্তত। উদাস চকুযুৰিত চকুপানীৰ টৌ-খেল, এইমাত্ৰ যেন টোপাল…
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ মাজুলীৰ অমৰ ঘোষ হ’লি আইলেণ্ড স্কুলৰ ছাত্ৰী আৰাধ্যা শুভলক্ষ্মীয়ে অঁকা ছবি
অংগনা চৌধুৰী তাই তেতিয়া দহ-এঘাৰ বছৰীয়া৷ পখিলাৰ দৰে উৰি ফুৰাৰ বয়স৷ আবেলি হ’লেই তাইৰ গাত তত্ নাইকিয়া হয়৷ ‘মা, গধূলি দবা কোবালে ঘৰ সোমাম’ বুলি কৈ তাই উধাও হয়৷ সেইখিনি সময়ত যাৰ যাৰ ঘৰৰ সমুখত বহল চোতাল আছে, তাত চুবুৰিটোৰ…
অঁ,সময়ত নিতুপৰ্ণ ৰাজবংশী পূৰ্বৱৰ্তী পৃষ্ঠা PRINT