প্ৰয়াগ শইকীয়া
(কবি অনুভৱ তুলসীৰ পৱিত্ৰ স্মৃতিত)
তুলসী তলত
অকস্মাতে দেখোঁ এগছি চাকি
আষাৰতে আজি কাতি
অবৰ্ণনীয় শব্দৰ কঙালী
দূৰৰ
বহুদূৰৰ আকাশত
যেন অদৃশ্য আপোনজনে জ্বলাইছে আকাশবন্তি
প্ৰয়াগ শইকীয়া
(কবি অনুভৱ তুলসীৰ পৱিত্ৰ স্মৃতিত)
তুলসী তলত
অকস্মাতে দেখোঁ এগছি চাকি
আষাৰতে আজি কাতি
অবৰ্ণনীয় শব্দৰ কঙালী
দূৰৰ
বহুদূৰৰ আকাশত
যেন অদৃশ্য আপোনজনে জ্বলাইছে আকাশবন্তি