Category অন্যযুগ, ফেব্ৰুৱাৰি, ২০২৩

যোশীমঠ

বেদান্ত কুমাৰ নাথ  যোশীমঠক লৈ হিন্দুত্বৰ ধজ্জাবাহী ৰক্ষকসকলৰ নীৰৱতাৰ কাৰণ কি? ভাৰতক হিন্দুৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সম্ভৱপৰ চেষ্টা কৰাসকলৰ যোশীমঠক লৈ এনে উদাসীনতাই সকলোকে আচৰিত কৰিছে। নিতৌ হিন্দুত্বৰ এজেণ্ডা লৈ ষ্টুডিঅ’ৰ মজিয়া তালফাল লগোৱা এংকৰসকল, সৰহ সংখ্যক সন্ত-মহন্ত, পৰিৱেশকৰ্মী, চৰকাৰ…

ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ কেইটিমান নাৰী চৰিত্ৰৰ মনোজগতত এটি আলোকপাত

আকাশ দীপ্ত ঠাকুৰ প্ৰস্তাৱনা :     অসমীয়া সাহিত্যৰ জগতখনত স্বকীয় বৰঙণিৰে এক সুবিশাল মহাসমুদ্ৰৰ ৰূপত নিজৰ পৰিসৰ বিস্তৃত কৰি ৰখা ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ নিৰ্বাচিত কিছু গদ্যৰ কেইটিমান উল্লেখযোগ্য নাৰী চৰিত্ৰৰ মানসিক ভিন্নসুৰি‍তাৰ সম্পৰ্কত নিজা ধাৰণাৰে এটি বিশ্লে‍ষণ আগ বঢ়াবলৈ…

যি আমাৰ ইচ্ছা

গজেন মিলি ঘড়ীৰ আঙুলিৰ আমি দাস টোপনি ভগাৰ পৰা টোপনি আহালৈ আমাক নচুৱায় আমি নাচি থাকোঁ বেলিয়ে উঠা বহা কৰে পুৱা-গধূলি নৈ বয় নিৰৱধি ঘড়ীয়ে ঘূৰি ঘূৰি ঋতুৰ কথা কয় বছৰৰ পাছত বছৰ বাগৰে শৈশৱৰ পৰা আলৰ হওঁ ৰজা পাতে…

সৰাপাতক সোধোঁ যদি

অনুভৱ তুলসী সৰাপাতবোৰে বিচাৰিছে সেউজীয়া বাট এটা – কথাটো বাৰু সঁচানে –  আমাৰ কবিক সোধকচোন আপুনি নিজকো সুধি চাব পাৰে সেই একেটা কথা পাতক পাত পাতে বোলা নাই বুলিছে আপুনি নামহীনভাৱেই পাত বৰ্তি আছে সানন্দে বিশেষ নে নিৰ্বিশেষ স্থায়ী নে…

সাগৰলৈ বহু দূৰ

 ছালমা জামান   মই আন্দামান আৰু নিকোবৰৰ এটা দ্বীপলৈ গুচি গলোঁ থৈ গলোঁ মোক সমস্ত ক্লান্তি নামি গল সাগৰৰ ঢৌৰ সতে অহাবোৰ দেখা পালোঁ এডভেন্চেৰাচ মোৱানাই মোক নেদেখিলে যাদুকৰী গ্ৰীণ ক্ৰীচটেলটোৱে লাহে লাহে সাগৰলৈ তললৈ টানিলে দেখিলোঁ সাগৰৰ তলিত নখহা…

ইংৰাজী, টাইৱানীজ আৰু জাপানীজ ভাষাৰ তিনিখন ছবি

নিজৰা ৰাজকুমাৰী   পৰিচালকৰ কল্পনাক চেৰাই নিজে ৰূপায়ণ কৰা চৰিত্ৰটোকো নিজৰ মতে উপস্থাপনৰ স্বাধীনতা প্ৰায়েই নাথাকে অভিনেতা-অভিনেত্ৰীৰ। মাজে মাজে ভাব হয় চলচ্চিত্ৰ এখনৰ সমগ্ৰ সৃষ্টিশীল প্ৰক্ৰিয়াটোক নিজৰ আয়ত্তত ৰাখিবলৈকে অভিনয় শিল্পী এজন পৰিচালনাৰ প্ৰতি আগ্ৰহী হয়, যাক কোৱা হয় ক্ৰিয়েটিভ…

ভোগালী

জিতেন পায়েং লেচেৰি বুটলা দিনৰ ইতি পেলাই   নৈপৰীয়া বগৰী পকিছে  গৰছিগাৰ শুকুৰবৰীয়া বজাৰত ধানৰ দাম কমি  হাফ পেণ্টৰ দাম বাঢ়িছে  খেতিয়কৰ ধান  মহাজনৰ ভৰাল  এদোণ ধান  এবেলাৰ কাছি   কিমান আৰু উদযাপন কৰিম ঠেঁটুৱৈ ধৰা কঙাল দিন  ভোগালী আহিছে অ ভোগালী  জয়…

সাংস্কৃতিক সাৱলীলতা

নীৰাজনা মহন্ত বেজবৰা পর্য্যটকৰ ভিৰৰ মাজতে ১০-১১ বছৰ মানৰ ছোৱালীজনীয়ে মোৰ ফালে আগবাঢ়ি মোক কিবা ক’ব খোজা বা কিবা ইংগিত দিব খোজা যেন লাগিল। সেই ঠাইত, সেইখিনি মানুহৰ মাজৰ পৰা তাইৰ নিচিনা কাৰোবাৰ মোক কিবা ক’ব লগীয়া বা জনাব লগীয়া…

ড্ৰামা

অলকেশ কলিতা বৰ বেছি এটা বিশ্বাস নকৰিবা, এই যে সৰাপাতক লৈ কিবা এটা ভবা হয়, অথবা এই কুঁহিক লৈ। আজি একত্ৰিশ ডিচেম্বৰ, মাজনিশা আৰু হাঁহি কান্দোন উভয়ৰপৰা অলেখ দূৰত্বত, জীৱন মৃত্যুৰ নিলগত চলি আছে আচল ড্ৰামাটো। পাহাৰবোৰত অকলশৰীয়া স্ফুলিংগ, অদৰকাৰী…