নঙলা
নিৰ্মালি সন্দিকৈ — ‘‘ন–ছোৱালী, চাহপানী এটোপা দে৷ গুৰ এদখও দিবি দেইবা!’’ — ‘‘ন–ছোৱালী, টেঙা অকণ খা। খা না৷ মই নিজে পায়ি আনিছোঁ। পুখুয়ীকাণঅ সেন্দুয়ীয়া আম।’’ — ‘‘ন–ছোৱালী, বৰশী বাওঁগে বৈ! এয়া চা বঅলঅ টোপ।’’ ন–ছোৱালী তিলোৰ মুখৰ আগত সোমেশ্বৰ ৰৈ থাকে। লেলাউটিয়াই থকা মুখখন চোলাৰ হাতেৰে…