মানৱ পুথিভঁৰাল
দেৱজিৎ ভৰালী আমাৰ অসমত মানৱ পুথিভঁৰালৰ ধাৰণাই এতিয়াও গা কৰি উঠা নাই৷ কিন্তু সম্ভাৱনাৰ অভাৱ নাই৷ অলপ মন কৰিলেই এই অনুষ্ঠানক কাৰ্যক্ষেত্ৰত পৰিণত কৰিব পাৰি৷ ‘মানৱ পুথিভঁৰাল’-ৰ ধাৰণা প্ৰকৃততে প্ৰত্যেকখন সমাজৰে প্ৰয়োজন আছে৷ নৱ-প্ৰজন্মই ইয়াৰ পৰা শিকিবলগীয়া, জানিবলগীয়া বহুতো আছে। যিকোনো…