জাহ্নু বৰুৱা, সৃষ্টি আৰু কৃতিত্ব
মৃণালকান্তি মহন কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতৰে গৌৰৱ জাহ্নু বৰুৱা অসমীয়া চলচ্চিত্ৰ আৰু ভাৰতীয় চলচ্চিত্ৰ জগতৰ এটা সন্মানীয় নাম৷ চলচ্চিত্ৰ নিৰ্মাণৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হোৱা পদ্মশ্ৰী জাহ্নু বৰুৱাদেৱৰ জন্ম হৈছিল ১৯৫২ চনৰ…