ফটাচোলাৰ ৰং
(পূৰ্ণাংগ নাটক) ড০ জ্যোতি প্ৰসাদ শইকীয়া পঞ্চম দৃশ্য (মঞ্চৰ down right zone -অত দেৱীয়ে মাকৰ শাৰী এখন গাত মেৰিয়াই বেজাৰ মনেৰে বহি থাকে৷ ভিতৰৰ পৰা সুৰজিৎ সোমাই আহে৷ ভায়’লিনৰ সুৰ এটা ভাঁহি উঠে) সুৰজিৎ – দেৱী! দেৱী – ওঁ…
Your blog category
(পূৰ্ণাংগ নাটক) ড০ জ্যোতি প্ৰসাদ শইকীয়া পঞ্চম দৃশ্য (মঞ্চৰ down right zone -অত দেৱীয়ে মাকৰ শাৰী এখন গাত মেৰিয়াই বেজাৰ মনেৰে বহি থাকে৷ ভিতৰৰ পৰা সুৰজিৎ সোমাই আহে৷ ভায়’লিনৰ সুৰ এটা ভাঁহি উঠে) সুৰজিৎ – দেৱী! দেৱী – ওঁ…
দেৱাশিস হাজৰিকা মোৰ আই আৰু পিতাইৰ প্ৰথম বিবাহবাৰ্ষিকীৰ দিনা পিতায়ে আইক এটা সাধু শুনাইছিল সাধুটোৰ নায়কজনৰ সমান সুখী হেনো আৰু পৃথিৱীত আন কোনোৱেই নাই তেঁও আছিল পৃথিৱীৰ আটাইতকৈ ধুনীয়া এটা আত্মা! আয়ে এদিন এটকীয়া মুদ্ৰা এটাক ইপিঠি-সিপিঠি…
অংকুৰণ আৰ্ফ ১) সৰাপাত স্মৃতি হয় যদিও এখিলা সৰাপাত হৃদয়ত সেউজীয়া থাকিলে ইয়ো হৈ পৰে এখিলা চিৰ নতুন কুঁহিপাত। ২) ধুমুহা গছে এদিন ধুমুহাক ক’লে- তোমাক ধন্যবাদ কিয়নো, তোমাৰ কাৰণেই মই কঠিন পৰিস্থিতিত বুজি পালো নিজৰ শক্তি আৰু অস্তিত্বৰ…
যশোৱন্ত নিপুণ কঠিন বিষয়ৰ কঠিনতম সূত্ৰবোৰৰ বিষয়ে খুব সহজ সুৰত বিক্ৰমাদিত্য দাসে ব্যাখ্যা আগ বঢ়াইছিল। ব্লেকহ’লৰ অভ্যন্তৰত পদাৰ্থ বিজ্ঞানৰ নিয়মবোৰ কেনেদৰে ভাগি পৰে? সময় চূৰ্ণ-বিচূৰ্ণ হৈ পৰেনে স্থবিৰ হৈ পৰে তাৰ কেন্দ্ৰত? অসীম ঘনত্ব আৰু অসীম বক্ৰতা সম্ভৱনে? সময়…
উমানন্দ কলিতা হাঁহি বোৰ পানীত পানীত পোহৰ পোহৰত নঙঠা পিছল পৃথিৱী আৰু পাৰ্থিৱ যত যি… *** ভ্ৰাম্যভাষ : ৯৮৫৪০৫১২৬৭
ড০ বুলজিৎ বুঢ়াগোহাঁই আজিৰ পৃথিৱীখন আগতকৈ বহুত বেছি সংযুক্ত হৈছে আৰু এই পৰিস্থিতিত ভ্ৰমণ কেৱল অৱসৰৰ বাবে নহয়৷ ই এক শক্তিশালী কেৰিয়াৰ পথলৈ বিকশিত হৈছে৷ বিশেষকৈ নৱপ্ৰজন্ম আৰু বিভিন্ন ঠাই, সংস্কৃতি আৰু মানুহৰ প্ৰতি গভীৰ কৌতুহল থকা শিক্ষাৰ্থীসকলৰ বাবে ভ্ৰমণক…
অংগনা ভট্টাচাৰ্য্য কোনোবাই এদিন কাৰোবাক কৈছিল— “সৌপিনে পোহৰৰ মেলা, ইমান পোহৰ মোৰ সহ্য নহয়, ব’লা এন্ধাৰ ছটিয়াই দিওঁ৷” লহপহকৈ গজি উঠা ঢেঁকীয়াবোৰক নিজৰ খেতিৰ শাক বুলি কোৱা জোনাকী পৰুৱাটোৱে জানে, তাৰ শৰীৰত জিলিকি ৰোৱা পোহৰ সি নিজে আৰ্জি…
পৰী পাৰবীন o New Year’s Day to celebrate No chocolate covered candy hearts to give away No first of Spring, no song to sing কাংৰা উপত্যকালৈ শৰৎ আহিছে৷ উপত্যকাটোৰ ওপৰেৰে পাতল ধোঁৱাবৰণীয়া নিহালি এখন মেলি দিয়া হৈছে৷ শৰতৰ বতৰ৷ য’ত…
পংকজ প্ৰতিম বৰদলৈ সংগ্ৰহালয়ক আজিৰ বিশ্বত কেৱল পুৰণি সামগ্ৰী সংৰক্ষণ কৰা এটা স্থান বুলি ধাৰণা কৰা নহয়; বৰং সংগ্ৰহালয়ক সমাজ, ইতিহাস, সংস্কৃতি আৰু জ্ঞান-প্ৰযুক্তিৰ এক জীৱন্ত ভাণ্ডাৰ হিচাপে গণ্য কৰা হয়৷ সংগ্ৰহালয়ৰ ধাৰণাটো যথেষ্ট পুৰণি হ’লেও আধুনিক যুগত ইয়াৰ ভূমিকা,…
ড০ নিতালী বি কোঁৱৰ (উৎসৰ্গা : জুবিনগাৰ্গ ) তুমি নাই ! তথাপি তোমাৰেই উপস্থিতি, মোৰ চহৰৰ প্ৰতিটো নীৰৱ কোণত। আনবাৰৰ দৰে নাহৰ এইবাৰো ফুলিছে। সেই একেই কোমল শুভ্ৰ পাহি আৰু সোণালী বুকু, যেন তোমাৰ স্নিগ্ধ হাঁহি আৰু কুহুমবুলীয়া কলিজাটো তাৰে…