Category Blog

Your blog category

মাখি

নৃপেন গোস্বামী মাখি উৰিছে  সকলোতে গেলাত, পচাত আৰু ইয়াত, তাত মাখিবোৰৰ গোন্ধ  অপছন্দ  গেলা খাই গেৰেলা মাখি গাখীৰত বহি শুদ্ধ নহয়  মাখি  মাখিত বিজাণু, কিটাণু আৰু মাখি সৰ্বগ্ৰাসী হেৰুৱা চন্দ্ৰত এতিয়া মাখিবোৰে  ৰূপ সলাইছে বতৰ ভাল মাখিবোৰৰ দিন ফৰকাল মাখিৰ…

প্ৰবন্ধ এটা কেনেকৈ লিখিব লাগে

ড০ ৰক্তিম ৰঞ্জন শইকীয়া   বিখ্যাত ইংৰাজ ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ ছমাৰছেট মমক এবাৰ সোধা হ’ল যে উপন্যাস লিখাৰ কিবা নিয়ম আছে নেকি? ছমাৰছেট মমে কিছু সময় ভাবি উত্তৰ দিলে, “তিনিটা নিয়ম আছে৷ কিন্তু দুৰ্ভাগ্যবশতঃ সেই নিয়মকেইটানো কি কোনেও নাজানে৷ প্ৰবন্ধ…

ৰূপকাৰৰ আত্মকথা

 ববিতা কলিতা   ভিনচেণ্ট ভেন গঘৰ ছবিৰ নীলাবোৰে সৰ্পিল ভাঁজ এটা লৈ ঘেঁহুৰ পথাৰখনৰ মাজেৰে বৈ আহিছিল৷ বিথোভেনৰ চিম্ফ’নিবোৰে মৌমাখিৰ গুণগুণনি হৈ মগজৰ তাঁৰবোৰত কঁপনি তুলিছিল৷ আৰু শব্দবোৰ? শব্দবোৰ উদং আকাশৰ বুকুত চিলা হৈ উৰিছিল৷ মাঞ্জাত টান পৰিলে লহৰী চিলাখনি…

ৰ’দে বৰষুণে কিমান যে গান

 লোকনাথ গোস্বামী মন দাপোণত-১৮ (১)                                     নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰৰ সাংস্কৃতিক পৰিৱেশঃ   নামৰূপ উদ্যোগ নগৰীখনত পদাৰ্পণ কৰিলো যদিও বহু দিনলৈ ঠাইখনৰ আও-ভাও পোৱাই নাছিলো৷ ইউনিয়নৰ পাক-চক্ৰত সোমাই এখন অন্য পৃথিৱীলৈ যোৱা যেন অনুভৱ হৈছিল৷ সংগীতৰ পৃথিৱীখনৰ পৰা আঁতৰিয়েই গৈছিলো…

নয়নতৰা

আকাশ দীপ্ত ঠাকুৰ             “সেইখন পথিৱী বেলেগ সীমান্ত৷ আমি ভাবি লোৱা, মানে আমাৰ হাতৰ মুঠিত থকা এই পৃথিৱীখনৰ দৰে নহয়৷ যিমানেই আমি চেষ্টা নকৰোঁ কিয়, সকলো কেৱল অথলে যাব৷ আমি দুয়ো কাকো কোনো কথাই বুজাব নোৱাৰোঁ৷ আৰু…মই…; মই নিজৰ…

শ্বায়েৰী জীৱনৰ

অংগনা চৌধুৰী   আকাশলংঘী বুলণ্ড দৰৱাজাৰ তলত ৰৈ তাই ওপৰলৈ চালে৷ ফতেহপুৰ চিক্ৰিৰ প্ৰাচীন ইটাৰঙী স্থাপত্যইও তাইৰ সৈতে চালে ওপৰলৈ৷ য’ত আকাশ আছে, তাত আজি আছে এখন ৰ’দৰ সাগৰ৷ বেগৰ পৰা ৰ’দ চছ্‌মাযোৰ উলিয়াই পিন্ধি ল’লে তাই৷ হালধীয়া ওৰণাখনেৰে ঢাকি…

বিহুনামত চৰাই-চিৰিকতিৰ স্থান

নৱ ৰাজন       বিহুনাম কেৱল ডেকা গাভৰুৰ প্ৰেম ভালপোৱাৰ প্ৰকাশেই নহয়; ই চহা অসমীয়া জাতীয় জীৱনৰ দাপোণ।বিহুনাম,অসমৰ বিনন্দীয়া প্ৰকৃতিৰ স্বতস্ফূৰ্ত প্ৰকাশ।বিহুনাম, অসমীয়াৰ বাপতি সাহোন বিহুৰ এক অভিন্ন অংগ।বিহুনামৰ জৰিয়তে অসমৰ বৰ্ণাঢ্য কৃষ্টি, সংস্কৃতি, সাহিত্য প্ৰতিফলিত হৈ আহিছে।     জৈৱ-বৈচিত্ৰ্যত চহকী অসমত প্ৰায় ৯৫৮…

পোৰণি

 জয়ন্ত দত্ত দেহা : অসমশ্ৰী জিনা পেছা : অভিযন্তা সোঁহাতৰ যিমান অৰ্জন বাওঁহাতৰ তাৰ কুৰি গুণ বিশেষজ্ঞৰ পৰামৰ্শত খোৱা শোৱা… দৈনিক তিনিঘণ্টাকৈ কছৰৎ সঁচাকৈয়ে ষাঠিৰ বাট এটাৰে গৈ থকা দত্তদা যেন চল্লিছৰ বাটত দুজনী ছোৱালী আৰু পত্নী  ফুল যেন দেহা…

উৰন্ত শিলালিপি

এম. কামালুদ্দিন আহমেদ   কৃত্ৰিম বুদ্ধিমত্তাৰে ওপঙি উঠোঁ বুৰ যাওঁ বিৰাট এক আকাৰ ধাৰণ কৰি ভৱিষ্যতৰ দিগন্তত সোমাই পৰোঁ   সভ্যতাই মোট সলাব   গুগল এৰি কোন যায় সেয়া জিঅ’ফ্ৰে হিণ্টন আত্মহননৰ শিলালিপি আমাৰ বুকুত খোদিত কৰি   ***                    …