মিছা
ৰাজীৱ বৰা মিছা মিঠা, তৃপ্তিদায়ক৷ কুঁহিয়াৰৰ ডাবৰিৰ মাজৰ বগা অংশটোৰ আঁহবোৰ এৰুৱাই সৰুকৈ মুঠাই বান্ধিলে মিছা মাছটোৰ আকৃতি লয়৷ তঙালেৰে মেৰিয়াই বন্ধা, খামুচীয়া সেই মুঠাটোৰ গাত মিছা মাছৰ ঠেঙৰ দৰে এগাল শুং লৈ সিও সেইটো নামেই পালে৷ ফেলাহিত পগাই থকা…

পাপৰি গোস্বামী ( ১) অতিক্ৰান্তাসুখাঃ কালাঃপৰ্যুপস্থিতদাৰূণাঃ। শ্বঃ শ্বঃ পাপিষ্ঠাদিৱসাঃ পৃথিৱী গতযৌৱনা।। নিৰ্বিকাৰ চিত্তে সন্যাস যাত্ৰা আৰম্ভ কৰিলে ৰাজমাতাই।সংগী তেওঁৰ অতি প্ৰতাপী কুৰু বংশৰ দুয়ো কুলবধূ অম্বিকা আৰু অম্বালিকা। পথনিৰ্দেশক মহামুনি ব্যাস। নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস! আকুল চিত্তে ৰাজভোগ…
কংকণ শৰ্মা অতিসাম্প্ৰতিক সাহিত্য জগতত এটি বহুল সমাদৃত বিষয় হিচাপে পৰিগণিত হৈছে পৌৰাণিক চৰিত্ৰসমূহৰ (mythological characters) ওপৰত বিস্তৃত অধ্যয়ন তথা গৱেষণাৰ জৰিয়তে প্ৰামাণিক তথ্য সহকাৰে লিখা উপন্যাস সাহিত্য৷ অৱশ্যে পণ্ডিত ৰাহুল সাংকৃত্যায়নৰ “ফ্ৰম ভল্গা টু গংগা” শীৰ্ষক গ্ৰন্থতো…
মৃদুল শৰ্মা ৪ সত্যৱতী ৷ কি যে জঘন্য আছিল সেই আয়োজন! কেৱল এজনী উদ্ভিন্নযৌৱনা যুৱতীৰ শাৰীৰিক সংসৰ্গ লাভৰ কাৰণেই মহৰ্ষি পৰাশৰৰ দৰে জ্যেষ্ঠ আৰু সৰ্বজনশ্ৰদ্ধেয় ব্যক্তি এজনে মোৰ পিতৃৰ সৈতে যে তেনে এক গোপন মন্ত্ৰণা আৰু ঘৃণনীয় আয়োজন কৰিছিল সেয়া…
ড॰ প্ৰিয়দেৱ গোস্বামী বৰ্তমান যুগটো হ’ল তথ্য-প্ৰযুক্তিৰ৷ ই হ’ল মানৱ সভ্যতাৰ চতুৰ্থ বিপ্লৱ৷ এই বিপ্লৱৰ আৰঁত বহু ব্যক্তিৰ অৰিহণা আছে৷ তাৰে ভিতৰত এজন অন্যতম ব্যক্তি হ’ল জৰ্জ বুল৷ সময়-ৰেখাৰ হিচাপত বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল ১৪ বিলিয়ন বছৰৰ পূৰ্বে৷…