বোধ
দাদুল ভূঞা ‘বুধিয়ক শিয়ালৰ’ সাধুটো মনত আছেনে আপোনাৰ শৈশৱতে পঢ়া ৰজা-ৰাণীৰ সাধুটো বুকুত কঢ়িয়াই আমি গৈ আছোঁ একেটাই বাটেদি ভঙা-গঢ়া, সজাটোৱেই যদি মানুহৰ কাম তেন্তে, কোনে গঢ়িলে শিলৰ দুৱাৰ বন্ধ কুঠৰীত দেখোন জ্বলে— ধৰ্ম-অধৰ্ম, জাতি-অজাতি,…
দাদুল ভূঞা ‘বুধিয়ক শিয়ালৰ’ সাধুটো মনত আছেনে আপোনাৰ শৈশৱতে পঢ়া ৰজা-ৰাণীৰ সাধুটো বুকুত কঢ়িয়াই আমি গৈ আছোঁ একেটাই বাটেদি ভঙা-গঢ়া, সজাটোৱেই যদি মানুহৰ কাম তেন্তে, কোনে গঢ়িলে শিলৰ দুৱাৰ বন্ধ কুঠৰীত দেখোন জ্বলে— ধৰ্ম-অধৰ্ম, জাতি-অজাতি,…
ৰচনা পাঠক অনাবিল বৰবৰা ল’ৰাটিৰ নাম, কম্পিউটাৰ গে’ম খেলে, নাই আন কাম৷ পঢ়াৰ কথা ক’লে তাৰ পেটটো বিষায়, আৰু লৰালৰি কৰি কেনিবা লুকায়৷ তেনে সময়তে উঠে মাকৰ খং, ‘কিয় হ’বি ল’ৰা তই ইমান অভং?’ বুলি কৈ মাকে লয় হাতত এচাৰি,…
নতুন বছৰ বোলা ধাৰণাৰ উৎসৱ এটা বছৰেকৰ মূৰে মূৰে আহে আৰু প্ৰায় সকলো যোত্ৰবান মানুহেই আনন্দ-বিনোদন কৰাৰ সুবিধা ল’লে৷ নতুন বছৰটো কিন্তু কাহানিও নতুন হৈ ৰৈ থকা নাই, নাথাকেও৷ তথাপি, মানুহৰ সৃষ্টিশীল সৌন্দৰ্যকামী, মঙ্গলকামী মনে সকলোৰে মঙ্গল কামনা হোৱাকৈ আনন্দ কৰেই; কাৰণ ফূৰ্তিপানী অকণ…
অমৃত গোস্বামী আমাৰ ঘৰৰ আটাইকেইজন লʼৰা-ছোৱালীয়ে দহোটীয়া হাইস্কুলত পঢ়া-শুনা কৰা। দহোটীয়া হাইস্কুললৈ আমাৰ ঘৰৰপৰা পশ্চিম দিশে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি দুই কিলোমিটাৰমান যোৱাৰ পাছত, আকৌ ডেৰ কিলোমিটাৰমান গাঁৱলীয়া ৰাস্তাৰে সোমাই যাব লাগে। মোক মোৰ মাজুদাদাই কোৱামতে, মাজুদাদা প্ৰথমদিনা…
ৰবীন কুলি শিক্ষকৰ প্ৰতি থকা এক পৰম্পৰাগত ধাৰণা Teachers are born naturally as teachers কথাষাৰ আজিৰ তাৰিখত গ্ৰহণযোগ্য নহয়। শিক্ষাদানৰ সেৱাটো আজি আন আন বৃত্তিৰ দৰে এটা বৃত্তি। এটা চাকৰি। আন আন চাকৰিৰ দৰে শিক্ষকৰ চাকৰিৰ বাবেও প্ৰতিযোগিতাৰ আয়োজন…
অনুভৱ তুলসী ব্ৰডস্কি আৰু ৱালকটৰ কবিতাৰে মন-মগজু ধোওঁতে মুঠিয়ে মুঠিয়ে চুলি সৰিলত বছৰটো সাং হʼল নখ কটা কটাৰীৰ চেতনাৰ উপৰিতলত কঠুৱা খৰমৰ খোজ হয়, ফুলৰ মাজত পাৰিজাত পতঙ্গৰ মাজত পখিলা মোৰ যোৱাবেলিৰ প্ৰেমাষ্পদ মৰুৰ বালি বদলিত নিহিত নতুন বছৰ আগমনী…
দীপাঞ্জলি দেৱী হিন্দী সাহিত্যৰ মাধ্যমেৰে আধুনিক ভাৰতীয় সাহিত্যক বিশেষভাৱে সমৃদ্ধ কৰা লেখকসকলৰ ভিতৰত ভীষ্ম সাহনী অন্যতম আৰু অনন্য। ১৯১৫ চনৰ ৮ আগষ্টত বৰ্তমানৰ পাকিস্তানৰ ৰাৱলপিণ্ডিত জন্মগ্রহণ কৰা ভীষ্ম সাহনী আছিল একাধাৰে ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, সাংবাদিক, অনুবাদক, শিশু সাহিত্যিক আৰু…
বিপ্লৱ চুতীয়া এয়া শলিতা পোৰাৰ সময় চৌদিশে আচল-নকলৰ বৰ্ণান্ধতা মোৰ ওঁঠৰ একোণত এচিকুট বেঙুনীয়া আভা ‘বৈকাল’ত থাউনি নোপোৱা অলেখ স্বপ্ন-বাস্তৱ কালক্ৰমে বুকুত হিমায়িত হয় পৰাণৰ সুহুৰিবোৰ নিশাহ গধুৰ নিশা বেহেলাতো যাক ফুটাব নোৱাৰি যাৰ ভৰত এদিন স্থিতপ্ৰজ্ঞ পাহাৰ খহিবলৈ ধৰে…
অনুবাদ : ড° ৰঞ্জিত দত্ত (১) ৰূপকথা মূল : (ইংৰাজী) ডৰিচ লেচিং, ইউনাইটেড কিংডম ( ২০০৭ চনৰ সাহিত্যৰ ন’বেল বঁটা) যেতিয়া মই পিছলৈ উভতি চাইছিলোঁ মই গীত গোৱা যেন মনত পৰিছিল। তথাপি সেই উমাল দীঘল কোঠাটোত বিৰাজ কৰিছিল সদায়েই এক…
মূল : বাৰ্টোল্ট ব্ৰেখট বাংলা অনুবাদ : নাসিৰ উজ জামান অসমীয়া অনুবাদ : ৰুদ্ৰ সিংহ মটক সকলোবোৰেই পৰিৱৰ্তন হয়। আপুনি নতুনকৈ আৰম্ভ কৰিব পাৰে আপোনাৰ টুটি অহা সৰ্বশেষ নিশ্বাসৰ পৰাই। যি ঘটিছে সেয়াতো ঘটিয়ে গ’ল। আৰু…