ডিক’ল’নাইজেশ্বন
পঙ্কজ প্ৰতিম বৰদলৈ বৰ্তমান সময়ত বিদ্যায়তনিক ক্ষেত্ৰত সততেই চৰ্চিত হৈ থকা এটা ধাৰণা হৈছে- ডিক’ল’নাইজেশ্বন৷ অসমীয়াত ইয়াৰ প্ৰতিশব্দ হিচাপে বিঔপনিৱেশিকতাবাদ বা বিউপনিৱেশবাদ শব্দটো ব্যৱহাৰ কৰিব পাৰি যদিও মই এই লেখাত ইংৰাজীৰ ডিক’ল’নাইজেশ্বন শব্দটোৱেই ব্যৱহাৰ কৰিম৷ ই স্পষ্ট আৰু সহজবোধ্য…