‘কুঁচিয়ানামা’ : কিছু নতুন, কিছু ব্যতিক্ৰম আৰু কিছু কৌতূহল
কিশোৰ দাস কোঁৱৰ ৰোমান কবি টেৰেনছে মানুহৰ জীৱন সম্পৰ্কীয় দৃষ্টিভংগীৰ প্ৰসংগত এষাৰ অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছিল, ‘মানুহে কৰিব পৰা বা কোনো মানুহে চিন্তা কৰিব পৰা কোনো বস্তুৱেই মোৰ অনাত্মীয় নহয়৷ মানুহৰ জীৱনত যিমান যি ঘটিছে মই তাৰ এক…