বিহাৰ স্কুল অৱ এথেনছ্ !
পঙ্কজ প্ৰতিম বৰদলৈ ব্ৰিটিছ উপনিৱেশবাদৰ প্ৰসাৰৰ সমান্তৰালভাৱে ভাৰতবৰ্ষত বিভিন্ন বাণিজ্য আৰু বেহা-বেপাৰৰ কেন্দ্ৰ স্থাপন হৈছিল৷ কলিকতা, মাদ্ৰাজ, ব’ম্বে আদি মূল চহৰকেইখন মুখ্য ব্যৱসায়িক কেন্দ্ৰত পৰিগণিত হৈছিল৷ একেসময়তে আন বহু সৰু চহৰো বিভিন্ন বেহা-বেপাৰৰ কেন্দ্ৰ হৈ পৰিছিল৷ ব্যৱসায়ৰ এই…