Category অন্যযুগ, জানুৱাৰি ২০২৫

কলীয়াপানীৰ কাৰাগাৰত ভূতৰ উচুপনি

ড০ বিমল বৰা   বিশ্বাস কৰক বা নকৰক, ভূত থাকক বা নাথাকক, ভূতৰ কাহিনীবোৰ কিন্তু  সকলোতে আছে৷ ভূতৰ লগত প্ৰত্যক্ষভাৱে আমি কি হয়তো কোনোৱেই মুখা-মুখি হোৱা নাই, কিন্তু ৰসাল কাহিনীবোৰ মানুহৰ মুখে মুখে বাগৰি ফুৰে৷ শনি আৰু মঙ্গলবাৰে আৰু বিশেষকৈ…

জীৱন বিচাৰি

 পাপৰি গোস্বামী   মোৰ মনত আছে, প্ৰথমবাৰৰ বাবে যেতিয়া মই এইখন চহৰলৈ আহিছিলোঁ, বৰ্তমানৰ দৰে চাৰিওফালে বিশাল বিশাল অট্টালিকাবোৰ নাছিল৷ অৱশ্যেই, দুই-তিনি মহলীয়া কেবাটাও  ঘৰ নিৰ্মিয়মান অৱস্থাত আছিল৷  অটোচালকজনে আমি কোৱা মতে নিৰ্দিষ্ট ঠিকনালৈ লৈ আহিছিল৷  পুৰণি কাঠৰ  দুমহলীয়া ঘৰটোৱেই…

পদ্মাসনত

 ৰত্নোত্তমা দাস বিক্ৰম                         পাহাৰত আজি পূৰ্ণিমা বগা, ছঁয়া-ময়া জোনাকৰ টঙিজাল এখন শীতৰ ৰাতিৰ পাহাৰ দূৰৰ সৌ ওখ টিঙত বহি কোন সেয়া? শিৱ? তেওঁৰেই চিলিমৰ ভাঙৰ ধোঁৱাই ছানি ধৰা…

প’লিমাৰ আৰু পৃথিৱীৰ ভৱিষ্যত

  প্লাষ্টিক, প’লিথিন আৰু থাৰ্ম’কল এইকেইবিধ প’লিমাৰসৃষ্ট  কৃত্ৰিম পদাৰ্থ সাম্প্ৰতিক সময়ত পৃথিৱীবাসীৰ কাৰণে এক প্ৰকাৰ অভিসম্পাতত পৰিণত হৈছে৷ ইয়াক অভিসম্পাত বোলাৰ অন্যতম কাৰণ হৈছে এই দুয়োবিধ বস্তু সহজে মাটিৰ সৈতে মিহলি নহয়৷ ফলত প্লাষ্টিক, প’লিথিন আৰু থাৰ্ম’কল (আচলতে এই তিনিবিধ বেলেগ পদাৰ্থ নহয়৷ কিন্তু…

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-৭

 (পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী অভিযান নামৰ চিনেমাখনৰ চিত্ৰনাট্য লিখা আৰু পৰিচালনা কৰাই নহয় সুজিত সিংহই চিনেমাখনৰ চিত্ৰগ্ৰহণো কৰিছিল৷ ককায়েকৰ মৃত্যুৰ পাছত সকলো সম্পত্তি আৰু পৰিয়ালটো কেনেদৰে অসৎ ভায়েকে ধ্বংসৰ গৰাহলৈ ঠেলি দিছিল আৰু খুৰাকৰ কুকৰ্মৰ ফলৰ পৰা…

আমাৰ শৰীৰত প্ৰৱেশ কৰা মাইক্ৰ’প্লাষ্টিকক লৈ আমি চিন্তিত হোৱা উচিত নেকি?

 ড° ভাৰত বৰুৱা   আমাৰ চাৰিওফালে আমাৰ জ্ঞাতে বা অজ্ঞাতে বিয়পি থকা মাইক্ৰ’ আৰু নেন’প্লাষ্টিকৰ ক্ষুদ্ৰ কণিকাবোৰ আমাৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি আমাৰ স্বাস্থ্যৰ কেনে ক্ষতি কৰিব পাৰে সেয়া এতিয়াও স্পষ্ট নহয় যদিও বিজ্ঞানীসকলে এতিয়ালৈকে যি বিচাৰি পাইছে তাক লৈ আতংকিত হোৱাৰ…

ৰ’দে বৰষুণে ইমান যে গান

 লোকনাথ গোস্বামী   (১)  মই বেছেৰীয়া হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা দিছিলোঁ ১৯৬৯ চনত ৷ তেতিয়া দ বেছেৰীয়া গাঁৱৰ পৰা চাইকেল মাৰি গৈছিলোঁ পৰীক্ষা দিবলৈ৷ পৰীক্ষাকেন্দ্ৰ আছিল তেজপুৰ টাউনৰ মজলীয়া স্কুলত, চৰকাৰী হাইস্কুলৰ সমুখতে ৷ পুৱাই এমুঠি খাই লগৰ সমনীয়াৰ সৈতে…

জীৱনৰ কথা

ধ্ৰুৱকুমাৰ তালুকদাৰ   জীৱনক, মই নমস্কাৰ কৰিলোঁ৷ ক’লো, আহা মোৰ লগত বহা অকনমান সময়৷   আমি দুয়ো বহিলোঁ ওচৰা-উচৰিকৈ প্ৰায় গাতে গা লগাকৈ – আমি দুয়ো বহুপৰলৈ মনে মনে থাকিলোঁ মই কিবা এটা ক’ব খুজিলোঁ নাই, থাকক পিছতো ক’ব পাৰিম!…

যাওঁগৈ ব’লা চাওঁগৈ

জোনমণি দাস ১. নোকোৱাকৈ নোৱাৰি স্বমেহনত স্খলিত বীৰ্যৰ শেষ টোপালটোতো সেয়া ময়েই, শত শতাব্দীৰ মাজেদি পাৰ হৈ আহিছোঁ অনন্ত কোটি ব্ৰহ্মাণ্ড৷ চিৰকালৰ চেঁচাই কোনো অৱজ্ঞা নকৰাকৈ চেঁচা কৰি থৈছে মোৰ চেতনা৷ নোকোৱাকৈ নোৱাৰি, যি ভ্ৰম আৰু ভাবনাত মই তন্ময় সেই…