গাঁওবোৰ গাঁও হৈ থাকক
অংকুৰণ আৰ্ফ গাঁওবোৰ গাঁও হৈ থাকক চিৰদিন চিৰকাল গাঁওবোৰ গাঁও হৈ থাকিলেই ভাল গাঁৱতহে মাতৰ নাই আকাল গাঁৱতহে ভৰুণ হৈ থাকে ধানৰ ভঁৰাল …
অংকুৰণ আৰ্ফ গাঁওবোৰ গাঁও হৈ থাকক চিৰদিন চিৰকাল গাঁওবোৰ গাঁও হৈ থাকিলেই ভাল গাঁৱতহে মাতৰ নাই আকাল গাঁৱতহে ভৰুণ হৈ থাকে ধানৰ ভঁৰাল …
পঙ্কজ প্ৰতিম বৰদলৈ ব্ৰিটিছসকলে ভাৰতৰ বহুধা বিভক্ত প্ৰশাসন ব্যৱস্থাক আধুনিক কৰি সময়ৰ লগত খাপখুৱাবৰ বাবে এচাম অতি দক্ষ আমোলাৰ সৃষ্টি কৰিছিল৷ য়ুৰোপৰ সেই সময়ৰ আগবঢ়া দেশবোৰৰ প্ৰশাসন ব্যৱস্থাৰ আধাৰত এটা অসামৰিক প্ৰশাসন ব্যৱস্থা ভাৰতত আৰম্ভ কৰিছিল৷ প্ৰথমতে কেৱল…
ড° বুলজিৎ বুঢ়াগোহাঁই গেমিং হৈছে লেপটপ, ব্যক্তিগত কম্পিউটাৰ, ম’বাইল ফোন, টেবলেট, প্লেষ্টেচন, এক্সবক্স আদিৰ দৰে ইলেকট্ৰনিক ডিভাইচ ব্যৱহাৰ কৰি খেলা ভিডিঅ’ গেম৷ বিগত বছৰবোৰত কম্পিউটাৰ গেমবোৰ মনোৰঞ্জন উদ্যোগৰ অন্যতম বৃহৎ শাখা লৈ পৰিণত হৈছে৷ বহুতে গেমিঙক কেৱল মনোৰঞ্জনৰ…
ক্ষিপ্ৰকল্প গগৈ প্ৰশান্ত ছাৰে স্কুলত খচ্খচকৈ কিবা লিখি দিয়া কাগজৰ টুকুৰাটো অমলে চিধাই আহি মাকৰ হাতত দিলেহি। কেলেই? ছাৰৰ ৰঙা ৰঙা চকু দুটাই তেওঁ পিন্ধি থকা চশমাযোৰৰ ওপৰত বহিলৈ অমলৰ ফালে চাই তাক ধম্কিয়াই উঠা নাছিল জানো—“চিধাই গৈ মাৰক…
হিল্লোলজ্যোতি সিংহ আলতীয়া মাটিৰ পোৰা গোন্ধে কঠিন কৰে মাটিৰ চাকি শলিতাৰ জুইৰ তাপ সহিব পৰাকৈ পালপাৰাৰ কুমাৰৰ আজি চাকত নুঘূৰে কেঁচা মাটিৰ বিভিন্ন অবয়ব কুমলীয়া কলচী আশাৰীকান্দিৰ পুতলাই নকয় বত্ৰিছ পুতলাৰ সাধু মাটিৰ মানুহ খগেন মালীৰ হাতত…
স্মৃতিৰেখা দেৱী চাওঁতে চাওঁতে গ্ৰীনা নামৰ জগতখনৰপৰা অহা লোকসকলৰ ঐকান্তিক প্ৰচেষ্টা আৰু প্ৰতিপালনত সেউজপুৰ ৰাজ্যৰ বহুখিনি খালী হৈ থকা ঠাই গছ-লতাৰে ভৰি উঠিল৷ দেখাত প্ৰায় পৃথিৱীৰ মানুহৰ দৰেই, কিন্তু সম্ভৱতঃ মানুহতকৈ বেছি মৰমিয়াল এই লোকসকলৰ উপস্থিতিয়ে সেউজপুৰখনক যেন কিছু সলনি…
ড০ পৰমানন্দ মহন্ত সৈন্যবাহিনীৰ চকীৰ পুথিভঁৰালৰ সুদৃশ্য বেটুপাত আৰু ধুনীয়াকৈ বন্ধোৱা এখন কিতাপ মোৰ ভাইটিয়ে হস্পিটেলৰ বিছনাত পঢ়ি আছিল৷ শেষৰ কেইটামান পৃষ্ঠা বাকী অছিল৷ সি মোক ক’লে, ‘মোৰ পঢ়ি হ’লে তই পঢ়িবি, বৰ ভাল লাগিছে কিতাপখন– হাৰ্মান হেছেৰ ‘সিদ্ধাৰ্থ’৷’ কিতাপখন অতদিনে…
নিৰু দত্ত শীতকালীন উৎসৱ মাঘবিহু অসমৰ কৃষি ভিত্তিক উৎসৱ৷ শাওণত গোজ মৰা কঠীয়াই আঘোণত সোণগুটিৰ ৰূপত কৃষকৰ ভঁৰালত সোমায়৷ প্ৰাপ্তিৰ প্ৰাচুৰ্যৰে ভৰি উঠে একোখন ঘৰ৷ অসমৰ পলসুৱা মাটিত এই সময়তে উভৈনদী হৈ থোৰ মেলে নানাবিধ শাক-পাচলি, মাটিৰ তলত বাঢ়ে কাঠ-আলু, মোৱা-আলু,…
চিত্তৰঞ্জন ওজা ৰাতিপুৱাই কীৰ্তনঘৰৰ কাষৰ হাটীকেইটাত হাহাকাৰ লাগিল। স্বয়ং মহকুমাধিপতি আহিছে ছয় পইছাৰ গাজাৰ ঘৰ বিচাৰি। চাহাবে হয়তো ভাবিছিল সন্মুখত ফুলনি বাগিচাৰ স’তে দুই-তিনি মহলীয়া বিল্ডিং হ’ব। পিছে কথা ওলোটাহে। দলাহাটীৰ পৰা কীৰ্ত্তনঘৰলৈ যোৱা পথত ইনোভা গাড়ীখনৰ পৰা নামি…
স্বপ্না দত্ত ভৰালী প্ৰতিখন ঠাইতে একোজন জনাৰ্দন বৰুৱা থাকে৷ যেনেদৰে প্ৰতিখন চহৰতে চাগৈ একোগৰাকী কনিকা ভূঞা থাকে৷ আচলতে প্ৰতিজন জনাৰ্দন বৰুৱা নতুবা কনিকা ভূঞাহঁতৰ স্বভাৱ চৰিত্ৰবোৰ একেটা ৰাগীতে বন্ধা থাকে৷ প্ৰকৃত চৰিত্ৰ মুখাৰ আঁৰত ঢাকি আৰু কিমাননো থাকিব! সময়ত…