জীৱন জ্যামিতি
হিল্লোলজ্যোতি সিংহ কথা আছিল দুয়ো একেলগে যোৱাৰ খৰ খোজেৰে মোতকৈ আগবাঢ়ি গ’লাগৈ তুমি তুমি যোৱা বাটেৰে তোমাৰ পিছে পিছে তোমাক অনুসৰণ নকৰোঁ মই ৰম্বাচৰ কৰ্ণৰে তোমাৰ আগত গৈ ওলাম আৰু ৰৈ থাকিম আলি-কেঁকুৰিত জীবলৈ শিকিছোঁ জ্যামিতি…
হিল্লোলজ্যোতি সিংহ কথা আছিল দুয়ো একেলগে যোৱাৰ খৰ খোজেৰে মোতকৈ আগবাঢ়ি গ’লাগৈ তুমি তুমি যোৱা বাটেৰে তোমাৰ পিছে পিছে তোমাক অনুসৰণ নকৰোঁ মই ৰম্বাচৰ কৰ্ণৰে তোমাৰ আগত গৈ ওলাম আৰু ৰৈ থাকিম আলি-কেঁকুৰিত জীবলৈ শিকিছোঁ জ্যামিতি…
স্বপ্না দত্ত ভৰালী নতুন ঘৰখনত ভৰি দিয়াৰ পাছত, এদিন নন্দেক আৰু শাহুৱেকৰ লগত আবেলিৰ ৰ’দকণৰ আমেজ লৈ থাকিয়েই তাই সুধিছিল- “কি নো এইজোপা?” দেখাত ঘাঁহৰ দৰেই এটি জোপোহা৷ “এইজোপা কুশবন৷ পূজা-চুজাত লাগে৷” “অ’…” গছজোপা চিনি নাপাইছিল যদিও নামটো তাইৰ…
জিতু কুমাৰ লেখাৰু বিহু মূলতঃ কৃষি উৎসৱ৷ বিহুত অসমৰ কৃষিজীৱী গ্রাম্য লোক জীৱনৰ বিভিন্ন দিশ প্ৰতিফলিত হোৱাৰ পৰা বুজিব পাৰি যে বিহু ঘাইকৈ কৃষি উৎসৱ হিচাপে অসমীয়া জাতীয় জীৱনত বিকাশ হৈছিল৷ ব’হাগ বিহুত গৰু গা-ধুওৱা, নতুন পঘা দিয়া, কৃষিৰ সজুলিবোৰ…
যশোৱন্ত নিপুণ প্ৰত্যেক যুগৰেই এটা সৌন্দৰ্য আছে, প্ৰত্যেক যুগৰেই কিছুমান অভিশাপ আছে । ধীৰ শীৰ্ণ নদীৰ দৰেই পৰ্বত বিদীৰ্ণ কৰা খৰস্ৰোতা নদীও কেতিয়াবা সুন্দৰ কেতিয়াবা ভয়ংকৰ হ’ব পাৰে । যুগে যুগে শত শত ধুমুহা জ্বালামুখী মহাপ্লাৱনৰ কত আঘাত, ৰক্তক্ষয়ী মহাসমৰত…
অমৃত গোস্বামী সাহিত্য সৃষ্টি বা চৰ্চাই জাতি একোটাৰ জাতীয়ত্ববোধক এক বিশিষ্ট সৌষ্ঠৱ প্ৰদান কৰে৷ গদ্য, পদ্য আৰু নাটক এই তিনিটা ধাৰাত সাহিত্য সৃষ্টিকৰ্মসমূহক বিভক্ত কৰিব পাৰি৷ ইয়াৰ ভিতৰৰে গদ্যকো আকৌ গল্প-উপন্যাস, প্ৰৱন্ধ, নিবন্ধ এইকেইটা ভাগত বিভক্ত কৰা হয়৷ গদ্য…
হেমচন্দ্ৰ কছাৰী বহুতেই কয় মানুহৰ শৰীৰটোহে জ্বলে আত্মাটো নজ্বলে আত্মাবোৰহেনো ভূতহৈ ঘূৰি ফুৰে আমাৰ আশে পাশে আমাৰ গাঁৱত এতিয়াও মানুহক ভূতে পায় বেজে বচায় আচৰিত কথা এইবোৰ ভূতে আইনা নাচায়, বচ-নহৰু নাখায় দ্যা কেনেল, দ্যা চাইনিং, ইত্যাদি…
অসীম তালুকদাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে লাগি থকা বিষ্ণু-জ্যোতি একাডেমি নামৰ সংগীত স্কুলখন পাৰ হৈয়েই সোঁফালে যোৱা ৰাস্তাটোৰে সোমাই যাব লাগিব৷ সেই ৰাস্তাটোৰে চাৰি কিলোমিটাৰমান গৈ থাকিলে চৰাইগুৰি নামৰ ঠাইখন পাব৷ চৰাইগুৰিত দুটা পকী ৰাস্তাই কটাকটি কৰিছে৷ সেই ঠাইখন ধানকল, সৰিয়হ…
গোৱিন কুমাৰ খাউণ্ড (তিনি) শিল্পী দিৱস পাৰ হৈ গ‘ল। বৰ বৰ হৰফেৰে কাকতত বাতৰি ওলাল। ফটো ওলাল। মিলেটেৰী আৰু হিমানী পিছে কোনো নগ‘ল সভালৈ। অৱশ্যে নিমন্ত্ৰণী পত্ৰত দুয়োৰে নাম ওলাইছিল। সভাত বোলে মানুহো বহুত হৈছিল। খোৱা-বোৱা সকলো উভৈনদী। বেছিভাগেই ‘অৰুণোদয়‘…
কবি- জুৱান ৱানাহ (Xuan WuyNh), ভিয়েটনাম অনুবাদ- ড°ৰঞ্জিত দত্ত মই তোমাক এটি কাহিনী ক’বলৈ লৈছোঁ এখন নাও আৰু এখন মহাসাগৰৰ কাহিনী। নাম নজনা কালৰে পৰা নাওখনে মহাসাগৰৰ সকলো প্ৰশ্নৰ উত্তৰ দি আহিছে, নাওখনৰ আছে আশাভৰা এখন হিয়া, মহাসাগৰৰ প্ৰেম দূৰন্ত…
ডO নন্দ সিং বৰকলা The Voyage নামৰ কবিতাৰ শেষ স্তৱকত প্ৰখ্যাত বিদেশী কবি শ্বাৰ্ল বোদলেয়াৰে লিখিছে- “O Death, Old Captain, it is time! Set sail this land palls on us, Death! Let’s palls on sea, if sky and ocean are…