ভাগশেষ
পিংকু কলিতা (১) উপস্থিতি অবিহনে স্মৃতিবোৰক হৃদয়ঙ্গম কৰাতো কোনোবাখিনিত থাকি যায় ফাঁক; অনুপস্থিতিয়ে সোলোক-ঢোলোক কৰে অনুভৱৰ মুঠি৷ বিশেষ ঠাইটুকুৰাত উপস্থিতিয়েহে দৃশ্যবোৰো সজীৱ কৰে স্মৃতিৰ এখিলা এখিলা পাত লুটিয়াই; চৌপাশৰ সুগন্ধিয়ে কৈ দিয়ে বিগত সময়ৰ বহু কথা; চুই চাব পৰা সমলবোৰত…