চগিৰণ
মূল : হুমায়ূন আহমেদ অনুবাদ : ড° জোনালী পাটোৱাৰী বৰা ধানমণ্ডি তিনি নম্বৰ ৰোডৰ ফ্লেট এটাত চগিৰণে কাম এটা পাইছে। কেঁচুৱা ৰখাৰ কাম। কেঁচুৱাৰ বয়স তেৰ মাহ। নাম টুলটুল। টুলটুলে খোজ কাঢ়িব পাৰে। দুই এটা শব্দও ক’ব পাৰে। যেনে- দুদু,…
মূল : হুমায়ূন আহমেদ অনুবাদ : ড° জোনালী পাটোৱাৰী বৰা ধানমণ্ডি তিনি নম্বৰ ৰোডৰ ফ্লেট এটাত চগিৰণে কাম এটা পাইছে। কেঁচুৱা ৰখাৰ কাম। কেঁচুৱাৰ বয়স তেৰ মাহ। নাম টুলটুল। টুলটুলে খোজ কাঢ়িব পাৰে। দুই এটা শব্দও ক’ব পাৰে। যেনে- দুদু,…
নিজৰা ৰাজকুমাৰী এটা এৰিয়েল শ্বটত এজাক পথচাৰী। সকলোৰে হাতে-কাণে ম’বাইল ফোন। এৰিয়েল শ্বট বাবেই দৃশ্যটো আকৰ্ষণীয় হৈ উঠিছে। তদুপৰি বৰ্তমান সময়ত এয়াটো নিচেই স্বাভাৱিক দৃশ্য। কিন্তু সেয়া যে…
দাদুল ভূঞা অলপ পিছতে ইয়াত এন্ধাৰ হ’ব বেলিটোকে লগতে লৈ যাওঁ ব’ল পানীগাঠি বিষত জুৰুলি-জুপুৰি চকুৰে একোকে নমনি জৰা, ব্যাধি সকলোতেচোন আছোঁ ডাক্তৰৰ দীঘলীয়া পেছক্ৰিপছন ছেগুণ কাঠৰ পুৰণি টেবুলত ঔষধৰ বিজ্ঞাপন যোগ, প্ৰাণায়াম, কপালভাতি মৰ্নিং…
অন্বেষী বৰা মই ধৃতৰাষ্ট্ৰই কৈছোঁ। অন্ধত্বই উপহাৰ দিয়া দৃষ্টিহীনতা অথবা দৃষ্টিহীনতাত লুতুৰিপুতুৰি অন্ধত্ব, খেল মাথোঁ সংজ্ঞাৰ। বুজে, চমঝদাৰসকলে নিৰ্ভুলকৈ বুজে এই কথা। সেয়েহে আপোনাকো কওঁ, জাপ খাই থকা চকুবোৰ খুলি থওঁ আহক। চকু পিন্ধাৰ জোখাৰে মূল্যও যে দিব লাগিব!…
অমৃত গোস্বামী বুৰঞ্জীত ঘটনাপ্ৰৱাহৰ ঘাইকৈ তথ্যনিৰ্ভৰ বিস্তৃত বিৱৰণ পোৱা যায়। অন্যহাতেদি বুৰঞ্জীমূলক উপন্যাস একোখনত ঘটনাপ্ৰৱাহৰ বিৱৰণৰ উপৰিও সাহিত্যিক কল্পনাৰো সমাহাৰ ঘটে। ‘কালনেমী’ ওৰফে ‘নদাই সঁজাতী’ হ’ল প্ৰখ্যাত ঔপন্যাসিক ৺দেবেন্দ্ৰনাথ আচাৰ্য দেৱৰ ‘কালপুৰুষ’ নামৰ বিখ্যাত বুৰঞ্জীমূলক উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ। এই…
বিদিশা দত্ত (৪) ৰাতিপুৱাৰ সময়। নৈৰ পানীত অকণি অকণি মাছবোৰে খেলি আছে। পাৰতে হৰিণা কেইটামানে ৰ’দ লৈ বহি আছে। নৈৰ ওচৰৰ শিমলুজোপাৰ তলত গোবৰ অলপ পৰি আছিল। আজিকালি গুবুৰ বাসস্থান সেয়াই। আগৰ গোবৰখিনি শুকাই গ’ল। তাত গুবুৰ খাদ্য শেষ হ’ল।…