শুদ্ধি
ময়ূৰী কাকতি বৰপুখুৰীৰ একোণৰ বাঁহৰ দলঙৰ আগডোখৰৰ সৰু গাঁঠি ঢুকি পোৱা পানীত দৰিকণা মাছবোৰে তাইৰ ভৰিৰ পতাখন খুটুক খুটুককৈ খুটিয়াই….সেই স্পৰ্শ তাইৰ গোটেই শৰীৰত ৰিমৰিমকৈ বিয়পি যায়৷ চকু দুটা মুদি দিলে তাই ৰূপমক দেখে, দৰিকণাৰ দৰে গোন্ধ এটা তাৰ…
ময়ূৰী কাকতি বৰপুখুৰীৰ একোণৰ বাঁহৰ দলঙৰ আগডোখৰৰ সৰু গাঁঠি ঢুকি পোৱা পানীত দৰিকণা মাছবোৰে তাইৰ ভৰিৰ পতাখন খুটুক খুটুককৈ খুটিয়াই….সেই স্পৰ্শ তাইৰ গোটেই শৰীৰত ৰিমৰিমকৈ বিয়পি যায়৷ চকু দুটা মুদি দিলে তাই ৰূপমক দেখে, দৰিকণাৰ দৰে গোন্ধ এটা তাৰ…
ড° প্ৰাঞ্জল বৰা বিগত শতিকাৰ অন্তিম দশকত হঠাৎ যেতিয়া মিলান কুন্দেৰাৰ সৈতে মোৰ পৰিচয় ঘটিছিল, সেই সময়ত মই মোৰ কৈশোৰ অতিক্ৰম কৰাই নাছিলোঁ আৰু সেই সময়ছোৱাত মুখামুখি হোৱা জীৱনৰ কেইটামান ভয়ংকৰ দুৰ্ঘটনাই প্ৰকৃতাৰ্থতেই মোক বিভ্ৰান্ত কৰি তুলিছিল৷ মোৰ শেষ টোপাল জীৱনীশক্তিক…
মূল : ফেডেৰিকো গাৰ্থিয়া লৰকা অনুবাদ : নীলমণি ফুকন পানীয়ে তাৰ গতি হেৰুওৱাটো মই বিচাৰো৷ বতাহে তাৰ উপত্যকাবোৰ হেৰুওৱাটো বিচাৰো৷ ৰাতিয়ে তাৰ চকু হেৰুওৱাটো বিচাৰো অৰু মোৰ হৃদয়ে তাৰ স্বৰ্ণ-পুষ্প; প্ৰকাণ্ড পাতবোৰৰ লগত ষাঁড়টোৱে কথা কোৱাটো বিচাৰো…
ড° ৰক্তিম ৰঞ্জন শইকীয়া কিছুদিনৰ আগতে শীমন্ত শংকৰদেৱৰ কীৰ্তনত “কাটি মাৰি ম্লেচক কৰিবা বুন্দামাৰ” বুলি উল্লেখ থকাক লৈ, ম্লেচেই “মেচ” বুলি অসমৰ এজন জনগোষ্ঠীয় নেতাই অসমৰ সামাজিক তথা বৌদ্ধিক পৰিৱেশ দূষিত কৰি তোলাৰ কথা সকলোৱে এতিয়াও মনত ৰাখিছে৷ উনবিংশ শতিকাত…
চয়নিকা ভূঞা বেলি লহিয়াবৰ হ’ল কথাষাৰৰ সত্যতা তেতিয়াও বিচাৰ নহ’ল অস্তিত্বহীন কথা-বতৰাতে সকলো ব্যস্ত নঘটিবলগীয়া ঘটনা এটাক লৈ ইমান হামৰাও ইমান অতপালি কথাবোৰক হানি-খুঁচি নতুন ৰূপ তায়ো মানি লয় মানিবলৈ বাধ্য হয় কাৰণ এটাই সেয়া…
দিলীপ ফুকন কুঁহিপাত যেন কোমল স্নিগ্ধতামণ্ডিত এটা কবিতাৰ আয়োজন কৰোঁতেই বাহিৰত বৰষুণ পৰিল। উৰুলিৰ বৰষুণ। বাহিৰলৈ চালোঁ নাই, গছে কুঁহিপাত মেলা নাই অৰ্কিডে আয়োজন কৰা নাই প্ৰস্ফুটনৰ কেতেকী চৰায়ে কটা নাই সৰুসূতা, অথচ মানুহবোৰৰ মুখত দেখা পালোঁ সূৰ্যোদয়ৰ শোভা। যাৰ…
ফেডেৰিকো গাৰ্থিয়া লৰকা : তেওঁৰ জীৱন, কবিতা আৰু অনুবাদ সম্পৰ্কে এটি টোকা নীলমণি ফুকন “সেইদিনা আছিল দেওবাৰ, ঠিক ৰাতি নটা, তেওঁ ওলাই গ’ল আৰু নুঘূৰিল। কিন্তু তেওঁৰ হাতত আছিল ৰামধেনু । আৰু সেই ৰামধেনু হ’ল তেজ৷” এই শতিকাৰ স্পেনীছ…
মুনীন বায়ন Watching a Christopher Nolan film on a big screen has always been a memorable experience. I was recently in Bangalore when I had a chance to watch his latest film ‘Oppenheimer’ in the nearby Inox…
অনুবাদ : ড° ৰঞ্জিত দত্ত (১) গীটাৰ গীটাৰখনৰ কান্দোন আৰম্ভ হ’ল। নিঃশেষ হ’ল পুৱাৰ পিয়লাবোৰ। গীটাৰখনৰ উচুপনি আৰম্ভ হ’ল ইয়াক নিশ্চুপ কৰাটো অৰ্থহীন ইয়াক নিশ্চুপ কৰাটো অসম্ভৱ বৰফখণ্ডৰ ওপৰত মাথোঁ কান্দি আছে একেসুৰীয়াকৈ যিদৰে উচুপি উঠে পানীয়ে, উচুপে বতাহে। ইয়াক…
মূল : মহাকবি কালিদাস অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত || সপ্তদশ অধ্যায় || ৰাতিৰ শেষপ্ৰহৰৰ পৰা চেতনাই প্ৰশান্তি আহৰণ কৰাৰ দৰে, তেনেকৈয়ে কুমুদ্বতীয়ে জন্ম দিলে কাকুৎস্থ বংশধৰ অতিথি নামে । অতিথিং নাম কাকুৎস্থাৎপুত্রং প্রাপ কুমুদ্বতী | পশ্চিমাদ্যামিনীয়ামাৎপ্রসাদমিব চেতনা|| ১৭-১|| সূৰ্যই…