কলা কি?
লিও টলষ্টয়ৰ What is Art? গ্ৰন্থৰ ধাৰাবাহিক অসমীয়া অনুবাদ অনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস (৮) গতিকে সৌন্দৰ্যৰ ওপৰত প্ৰতিষ্ঠিত, নন্দনতত্ত্বই ব্যাখ্যা কৰা, আৰু ম্লান ৰূপৰেখাৰে জনতাই মানি লোৱা কলাৰ তত্ত্ব আন একো নহয়, ই হৈছে সেইটোক ভাল বুলি…
লিও টলষ্টয়ৰ What is Art? গ্ৰন্থৰ ধাৰাবাহিক অসমীয়া অনুবাদ অনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস (৮) গতিকে সৌন্দৰ্যৰ ওপৰত প্ৰতিষ্ঠিত, নন্দনতত্ত্বই ব্যাখ্যা কৰা, আৰু ম্লান ৰূপৰেখাৰে জনতাই মানি লোৱা কলাৰ তত্ত্ব আন একো নহয়, ই হৈছে সেইটোক ভাল বুলি…
ড° বুলজিৎ বুঢ়াগোহাঁই দুৰ্যোগ ব্যৱস্থাপনা বা ডিজেষ্টাৰ মেনেজমেণ্ট(Disaster Management)ত প্ৰাকৃতিক বা মানৱসৃষ্ট দুৰ্যোগৰ সময়ত জীৱন, সম্পত্তি আৰু ভয়াৱহ ক্ষতিৰ পৰা গুৰুত্বপূৰ্ণ সম্পদ সুৰক্ষিত কৰাৰ লক্ষ্যৰে সংগঠিত পৰিকল্পনা আৰু প্ৰক্ৰিয়া অন্তৰ্ভুক্ত থাকে৷ এই ক্ষেত্ৰৰ পেছাদাৰীসকলে দুৰ্যোগ ব্যৱস্থাপনাৰ সকলো পৰ্যায়তে এক…
পৰিস্মিতা বৰদলৈ : ক-ফলাৰ প্ৰথম দহটা বৰ্ণৰে এটা গল্প লিখিব পাৰিবি? : সেইটো আকৌ কেনেকুৱা কথা? : পাৰিবি নে নাই তাকে ক৷ কেনেকুৱা, যেনেকুৱা সেইবোৰ বাদ দে৷ : ৰচোন৷ লিখিম বুলিলেই গল্প লিখিব নোৱাৰি৷ তাতে আকৌ তই নিয়ম বান্ধি…
অমৃত গোস্বামী সিদিনা আৰতিবৌৱে কথা প্ৰসঙ্গত মোক কৈছিল– “তুমি ইটো-সিটো লিখি থাকা কাৰণেহে কৈছোঁ, এবাৰ আমাৰ ৺বীৰেন মিস্ত্ৰীৰ সোঁৱৰণতো কিবা অলপ লিখিবাচোন৷ আমাৰ ঘৰখনৰ লগত বীৰেন মিস্ত্ৰীৰ কি যে এক সুসম্পৰ্ক গঢ়ি উঠিছিল, বিশেষকৈ অজিতৰ লগত৷ অজিতে বীৰেন মিস্ত্ৰীক…
ড০ ৰক্তিম ৰঞ্জন শইকীয়া আহোম ৰাজ্যৰ শেষ ৰাজধানী যোৰহাটৰ পট্টনৰ ইতিহাস তুলনামূলকভাৱে নতুন৷ এই তুলনামূলকভাৱে নতুন নগৰখন আৰু ইয়াৰ দাঁতিকাষৰীয়া ঠাইবোৰত কম সময়ৰ ভিতৰতে ইতিহাস চর্চাৰ এক পৰিৱেশ গঢ় লৈ উঠিছিল ৷ অথচ সাহিত্য সৃষ্টিৰ বাবে এক বিকশিত অধিক উৎপাদনশীল…
ড০ প্ৰিয়দেৱ গোস্বামী বৰ্তমান সময়ত আমি প্ৰতি নিয়ত অনেক খবৰ লাভ কৰি থাকোঁ৷ এনে খবৰবোৰ আমাক যোগান ধৰে বিভিন্ন ছপা আৰু বৈদ্যুতিন মাধ্যমে৷ ইয়াৰ উপৰি প্ৰকৃতিয়েও আমাক বহু খবৰ দিয়ে৷ এই খবৰবোৰৰ আধাৰ হ’ল তথ্য৷ বিভিন্ন বিষয়ৰ বিষয়ে আমি…
ৰত্না ভৰালী তালুকদাৰ (তৰুণ গল্পকাৰ জুৰি বৰুৱাৰ হাতত) লানি নিছিগা সপোন আৰু সাধুকথাৰ আলি-মুলিতে কাজেক ৰংফাৰপিৰ বাস৷ সেয়েহে যেতিয়া সপোনতে ধুনীয়াকৈ পিনি-পে’কক পিন্ধি লংবুই পৰ্বতৰ ওপৰেদি তেওঁৰ দেহলাওটো সৰগলৈ লৈ যাবলৈ বুঢ়ীমাই আহিল, তেতিয়া দুৱাৰ-বাগৰি লংৰি নামৰ কাৰ্বি গোষ্ঠীয়ে বাস…
স্মৃতিৰেখা দেৱী সেউজীয়া সেউজপুৰখন হঠাতে বহুৰঙী হৈ উঠিল৷ খুব কম সময়তে ৰং-বিৰঙৰ ডাঙৰ ডাঙৰ কলপাততকৈও বহুত ডাঙৰ বস্তু কিছুমান, তামোল গছৰ ঢকুৱাৰ দৰে তাতকৈও ডাঙৰ ডাঙৰ বস্তু কিছুমানৰ সহায়ত অচিন গ্ৰহৰ অতিথিকেইজনে মানুহ থকা ঘৰৰ নিচিনা ঘৰ কিছুমান সাজি উলিয়ালে৷ সেই ঘৰবোৰৰ ভিতৰলৈ…
(পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী চিটিবাছ চালক ৰামু আৰু জোচেফ, ৰিক্সাৱালা ৰহিমৰ পৰা সোণটি, শেৱালি, মিনতি, জয়ন্ত আদিলৈকে যিবোৰ চৰিত্ৰৰ মানৱীয়তা অথবা অমানৱীয়তাই, পৰিৱেশ-পৰিস্থিতিয়ে নগাঁৱৰ শ্ৰীকৃষ্ণ ফিল্মছৰ বেনাৰত নিৰ্মাণ হোৱা, ১৯৭১ চনৰ ২৬ ফেব্ৰুৱাৰিত মুক্তি পোৱা…
মূল : অংশুমান কৰ অসমীয়া অনুবাদ : কুমুদ ঘোষ সেই ঘৰ এৰি অহা বহুদিনেই হ’ল৷ আহোঁতে-যাওঁতে, তথাপি, মাজে-সময়ে চকুত পৰে৷ দেখোঁ, নীলা-বগাৰ সলনি উৰিছে গোলাপী পৰ্দা দেখোঁ, যিটো আছিল চ’ৰাঘৰ সেইটো হ’ল বে’ডৰূম দেখোঁ, বাঁওফালৰ সলনি সোঁফালৰ চুকত…