অনুপ্ৰেক্ষণ : যুক্তিপূৰ্ণ চিন্তাৰে প্ৰচলিত মতবাদক নতুনকৈ ফঁহিয়াই চোৱাৰ এক প্ৰয়াস
পৰী পাৰবীন জ্ঞানলব্ধ লেখকৰ পৰিপক্ক চিন্তা আৰু উপলদ্ধিৰ ফচলসমূহে সাহিত্যৰ ভৱিষ্যত সম্পৰ্কে বিদ্বানসমাজক আশাবাদী হ’বলৈ সুবিধা দিয়ে। যিসমূহ লেখাৰ প্ৰতিটো পঠনে ন ন চিন্তাৰ উদ্ৰেক কৰে নতুবা পুৰণি চিন্তাক ব্যতিক্ৰমী ধৰণেৰে উপস্থাপন কৰি ভিন্ন চিন্তাৰ বাট মুকলি কৰে, তেনে মৌলিক চিন্তাসম্পন্ন…