Category অন্যযুগ, জানুৱাৰি, ২০২৩

মিনহঁতৰ দেশ ইন্দোচীনত- ২

তপন কুমাৰ শৰ্মা   ভিয়েটনামী ছোৱালীেয় বৰ দক্ষতাৰে সুছন্দ গতিত মটৰ বাইক চলায়।  ‘নাম।’ মিনৰ নিৰ্দেশত গাটো কাটি কৰি পিছ ভৰি দাঙি নামিবলৈ ধৰিলোঁ, তেনে অৱস্থাতে তাই সুধিলে- ‘ভিয়েটনাম জেইল চাবিনে?’ আমাৰ সম্মুখত সোঁহাতৰ ঘৰটোত দেখিলোঁ, তাতে লিখা আছে- ‘মাইছন…

বুট-জোতা

 দাদুল ভূঞা সিদিনা ক’লাকোট আৰু এযোৰ দামী বুট-জোতা পিন্ধি ঘূৰি ফুৰিছিল বগা বঙাল থুই… পাৰ হৈছিল এলান্ধুৰ এন্ধাৰে আৱৰা দুশটা বছৰ পৰিৱৰ্তনৰ মাটি-আখৰাৰে অহিংসাৰ জয় মাণিকীয়ে পাহৰা নাছিল তিৰাশীৰ ৰাতি কেঁকোৰা হৈ বুকু চেপি ধৰা অজগৰ হাতদুখন চকুপানী আঁচলত সামৰি…

কথা দি কথা ৰখা

পংকজ গোবিন্দ মেধি   এনেকুৱা কোনো আছে নেকি যিয়ে সদায় সৰ্বত্ৰ   কথা দি কথা ৰাখিছে কথা দি কথা ৰাখিব পাৰিছে   তৎমুহূৰ্ততে হ’ব বুলি কৈ পাহৰি যোৱাতো ৰোগ নে প্রাকৃতিক বিড়ম্বণা নে ব্যক্তি সমস্যা   সেয়া ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত নে…

ক’লা পতাকা

দিগন্ত শইকীয়া   টোপনি আহিছিল চিলমিল তেনেকৈয়ে পাৰ হ’লো সুদীৰ্ঘ সেঁতু   কম্পিত খিৰিকিৰ উচ্চতাৰে নৈ ছবি অচিন চীনৰ বৈৰী বতাহ বঞ্চিত বিৰল লহমা ক্ষণ স্বৰ্গত ডুবি   ময়েই প্রথম নে?   শতিকা সিপাৰৰ শিল সময়ত নামহীন দেহাবোৰৰ বিকাৰ কি!…

অংগৰক্ষক

অত্ৰেয়ী গোস্বামী   এজন পৰুৱাই পোৱা মানুহক লগ পাইছিলোঁ, তেওঁ কিবা এটা বিচাৰি ঘূৰ্মুটিয়াই  ফুৰিছিল৷   পদূলিয়ে পদূলিয়ে নিজৰ ভৰিৰ চাপ ৰাখি আঙুলিবোৰ গণনা কৰা দেখিছিলোঁ, তেওঁৰ বোলে পঁচিছটা আঙুলি পাঁচোটা লুকুৱাই থয়৷   দোকানীবোৰক হাৰাশাস্তি কৰি নিজৰ বাবে ৰখীয়া…

উলাহেৰে উভতি চাওঁ – ২২

 ড০ পোনা মহন্ত   ১৯৬১ চন৷ মাহটো পাহৰিছোঁ৷ মেট্ৰিকৰ ৰিজাল্ট ওলাল৷ আশা কৰা মতেই প্ৰথম বিভাগ পালোঁ৷ অৱশ্যে বন্ধু-বান্ধৱ, সহপাঠী আৰু আত্মীয়সকলে ভবামতে ফলাফল নহ’ল৷ যি হওক, সেই কালত – অৰ্থাৎ আজিৰ পৰা ছটা দশকৰ আগত – প্ৰথম বিভাগত পাছ…

সৌৰভ কুমাৰ চলিহা আৰু ইংগিতময়তা

 সঞ্জীৱ সভাপণ্ডিত  এয়া৷ মোৰ নামটো ঘোষকে ক’লে আৰু মই আহি এইখিনি ঠাইত উপস্থিত হ’লোঁহি৷ উদ্দেশ্য নিৰ্দিষ্ট হৈ আছে৷ সময় নিৰূপিত হৈ আছে৷ মানুহ নিৰ্ধাৰিত হৈ আছে৷ সকলো ঠিক ঠাক৷ এতিয়া ঘটনাটো ঘটি গ’লেই হ’ল৷ মই সৌৰভ কুমাৰ চলিহাৰ লিখনিত ইংগিতময়তাৰ…

এগৰাকী পাঠকৰ দৃষ্টিৰে নীলোৎপল বৰুৱাৰ গল্প সংকলন “গান্ধী ফাগ্লা”

 কুশল ডেকা   (এক)   সাহিত্য পাঠকৰ বাবে লেখকে যেতিয়াই এক কাল্পনিক টাৰ্গেট গ্ৰুপৰ কথা ভাবে তেতিয়াই সকলো খেলিমেলি হয়৷ চৰিত্ৰ এক টিপিকেল বস্তু বুলি বদ্ধমূল ধাৰণা এটা গঢ় লয়৷ বিষয়বস্তু, তাৰ প্ৰতিপাদন আৰু বক্তব্য পূৰ্বনিৰ্ধাৰিত হৈ থাকে৷ সেয়া লেখকে…

এখন চহৰৰ বুকুত

 প্ৰতীক্ষা বৰা কোঠাটোত এখনেই খিৰিকী। খিৰিকীৰ ইপাৰে মুকলি আকাশখন দেখা পাম আৰু দুপৰৰ ৰ’দছেৰেঙা লৈ লিখা-পঢ়া কৰিম বুলি মানুহটোৱে ঘৰটো লৈছিল, এবছৰ নৌ হওঁতেই সেইকণত দোপতদোপে নতুন ফ্ল’ৰ এটা গজি উঠিল। এতিয়া আকাশৰ নামমাত্ৰও দেখা পোৱা নাযায়। পোন ৰ’দচেৰেঙাও আগৰ…