যথেষ্ট
যশোৱন্ত নিপুণ বহু হাজাৰ আমৰ বীজৰ কেইটামান মাত্ৰ গজিল আৰু মাত্ৰ এটা গৈ ডাল-পাতেৰে বৰ এজোপা গছ হ’ল আৰু ছাঁ দি ফল দি এদিন খৰি হৈ গ’ল, বোধহয় সেয়াই যথেষ্ট আছিল। নিযুত নিযুত কীটৰ এটাই মাথোঁ সেই ডিম্বাণুৰ ওচৰ পাইছিল…
যশোৱন্ত নিপুণ বহু হাজাৰ আমৰ বীজৰ কেইটামান মাত্ৰ গজিল আৰু মাত্ৰ এটা গৈ ডাল-পাতেৰে বৰ এজোপা গছ হ’ল আৰু ছাঁ দি ফল দি এদিন খৰি হৈ গ’ল, বোধহয় সেয়াই যথেষ্ট আছিল। নিযুত নিযুত কীটৰ এটাই মাথোঁ সেই ডিম্বাণুৰ ওচৰ পাইছিল…
(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী পৰিচালক প্ৰফুল্ল শইকীয়াৰ বাবে নিজে লিখা কাহিনীৰ আধাৰত চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল নিৰোদ চৌধুৰীয়ে৷ চিনেমাখনৰ নাম আছিল ‘পানী’৷ মুক্তিৰ তাৰিখ ১৯৯৫ চনৰ ৬ জানুৱাৰি৷ ‘পানী’ত অভিনয় কৰা সুলেখিকা জীমনি চৌধুৰীৰ পৰা জানিছিলোঁ…
ড° অখিল কুমাৰ গগৈ উনবিংশ শতিকাৰ প্ৰসিদ্ধ ৰাজনীতি বিশাৰদ, লেখক, দুটাকৈ শাসনকাল চলোৱা য়ুনাইটেড কিংডম (United Kingdom) ৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন ডিজৰেলী (Benjamin Disraeli, 1804-1881)য়ে কৈছে – “যিসকল সাধাৰণ লোক চিৰ নিৰ্বাসন দণ্ডৰে দণ্ডিত হয় বন্দী অৱস্থাত জীয়াই থাকিলে তেওঁলোকে জীৱনত…
গোৱিন কুমাৰ খাউণ্ড (যোৱা সংখ্যাৰ পৰা) মৃগাংকৰ মুখৰ পৰা ভেলেককৈ মদৰ গোন্ধটো গৈ মিলিটেৰীৰ নাকত লাগিল। মিলিটেৰীয়ে মুখখন বিকটাই দিলে। অসংযতভাৱে মৃগাংক ভিতৰ সোমাই গ‘ল। চাকিটো হাতত লৈ পিছে পিছে সোমাই গ‘ল মিলিটেৰী। ‘তাতে শুই দে।‘ চাকিটো থৈ মিলিটেৰীয়ে…
জয়ন্ত মাধৱ বৰা ৷৷ দহ৷৷ ছোৱালীবোৰক চাকৰি দিম বুলি দালাল কিছুমানে ফুচুলাই নি বেলেগ ৰাজ্যত বিক্ৰী কৰি দিয়াক লৈযে ধুপধৰাত কেইদিনমান হুলস্থূল হৈ আছিল, এতিয়া সেইবোৰ তল পৰিল৷ এতিয়া ৰাস্তাৰ কাষৰ গছবোৰ কটাক লৈ হুলস্থূল লাগি আছে৷ গোৱালপাৰাৰ পৰা…
ড° বুলজিৎ বুঢ়াগোহাঁই মানুহৰ জীৱনত কেৰিয়াৰ এক গুৰুত্বপূৰ্ণ অধ্যায়৷ কেৰিয়াৰ মানে কেৱল এখন চাকৰিৰ সীমাত সীমাৱদ্ধ নহয়; ই মানৱ জীৱনৰ লক্ষ্য, জীৱন পদ্ধতি আৰু সমাজত নিজৰ স্থান নিৰ্ধাৰণৰ মূল স্তম্ভ৷ কেৰিয়াৰ গঢ়াৰ ভেঁটি হৈছে শিক্ষা, আৰু কিতাপ পঢ়াই হ’ল…
বিনিময় দাস তুমি যিমানেই থাকাঁ নিঃশ্চুপ, একো কথাকে নোকোৱাঁ, মই জানো, তুমি মোক ভাল পোৱাঁ৷ যদিও প্ৰত্যাশা তোমাৰ অপ্ৰকাশিত, মই অনুভৱ কৰিছো নদীৰ উজান৷ যদিও হেঁপাহ তোমাৰ নিশব্দতাত দ্ৰৱীভূত, মই শুনিছো অন্তৰ তৰঙ্গত জীৱনৰ গান৷৷ যদিও…
বন্দনা কৌশিক বৰদলৈ ইমানবোৰ কথাৰে মুখৰিত পৃথিৱী! অথচ আপুনি কাহানিও কোনো নোযোৱা বাট এটাৰ নিচিনা … এদিন আপোনাক সুধিব বিচাৰিছিলোঁ কি বিচাৰি ফুৰিছে আপুনি ৰৈ ৰৈ বুকুত বাজি থকা বিশেষ এটা মাত? নে এটা নিতাল মাৰি শুই থকা বাট? নে…
মানুহ আৰু অমানুহ অৰ্থাৎ পশু-পক্ষীৰ মাজত কোনো প্ৰভেদ নাই, এইষাৰ কথা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কোন কাহানিবাতে কৈ গৈছে৷ মানুহৰ সমাজত ঘাইকৈ ধৰ্মক লৈ পৃথকতাবাদৰ বিপৰীতে প্ৰায় একে কথাকে কৈ গৈছে আজান ফকীৰে ‘মোৰ মনত ভেদ ভাব নাই অ’ আল্লা’,…
ভাস্কৰ জ্যোতি নাথ (দ্বিতীয় খণ্ড) ১৮২৪-অৰ ৰেংগুনত ব্ৰিটিছ সেনা বাহিনী “Until the lions have their own historians, the history of the hunt will always glorify the hunter” …