গ্ৰন্থবাৰ্তা

 শৈশৱতে কৈশোৰতে


 

পোনা
মহন্তৰ শৈশৱতে কৈশোৰতে ‘উলাহেৰে উভতি চাওঁ’ শিৰোনামেৰে ‘অন্যযুগ’ত ইতিপূৰ্বে প্ৰকাশিত
তেখেতৰ ঘটনাবহুল তথা বৰ্ণিল  শৈশৱ-কৈশোৰৰ বৰ্ণনাৰে
উপন্যাসোপম লেখালানি কিছু সংবৰ্ধিত হৈ এইবাৰ গ্ৰন্থৰূপেৰে ‘শৈশৱতে কৈশোৰতে’ নাম লৈ
পঢ়ুৱৈৰ মাজলৈ আহিছে৷ গ্ৰন্থখনি কেৱল তেখেতৰ শৈশৱ-কৈশোৰৰ বৰ্ণনাই নহয়, লগতে ই সমসাময়িক
সমাজখনৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশটোৰো যেন এক আংশিক দস্তাবেজ৷ গুৱাহাটী গ্ৰন্থমেলাত
পাঠকৰ পৰা উৎসাহজনক সঁহাৰিপ্ৰাপ্ত গ্ৰন্থখনৰ-

প্ৰকাশক আৰু  প্ৰাপ্তিস্থান : বান্ধৱ পাণবজাৰ গুৱাহাটী – ১

হোৱাট্‌চ্‌এপ নং : ৮১৩৫৯৮২৬৪১

গ্ৰন্থখনিৰ মূল্য – ২০০.০০ (দুশ টকা)মাত্ৰ৷

(ৰাজ্যৰ প্ৰায় কেইখন প্ৰধান চহৰৰ গ্ৰন্থালয়তে উপলব্ধ)