খাকীবোৰ
ধ্ৰুৱজ্যোতি দাস এইযে কিছুমান খাকীৰ তলত থকা জীৱ কিনো বনৰীয়া পাই ! ধেৎ, বনৰীয়া বুলিব নোৱাৰিচোন বনৰীয়া বুলিলে কপৌফুলবোৰলৈহে মনত পৰে৷ কপৌফুল বা নাগচম্পা নহয়৷ খাকী পোচাক৷ কিছুমান খাকী পোচাক৷ খাকীৰ তলত বাঢ়ে দাঁত : মূলাহেন… খাকীৰ তলত…
ধ্ৰুৱজ্যোতি দাস এইযে কিছুমান খাকীৰ তলত থকা জীৱ কিনো বনৰীয়া পাই ! ধেৎ, বনৰীয়া বুলিব নোৱাৰিচোন বনৰীয়া বুলিলে কপৌফুলবোৰলৈহে মনত পৰে৷ কপৌফুল বা নাগচম্পা নহয়৷ খাকী পোচাক৷ কিছুমান খাকী পোচাক৷ খাকীৰ তলত বাঢ়ে দাঁত : মূলাহেন… খাকীৰ তলত…
আকাশ দীপ্ত ঠাকুৰ কথাবোৰত লেকাম লগাব পাৰিলে ভাল টানি দিলেই কথাবোৰ হৈ পৰিব পাৰে মুখ বাগৰা একো একোটা গান কথাবোৰত এৰাল দিবলৈ টান জাৰণিত চৰি ফুৰে মুকলিমূৰীয়াকৈ গা-ভাৰী হয় কথাবোৰ বুজিবই নোৱাৰোঁ–জাৰণি নে জৰণি সময়ে এৰাল…
মূল : Henry Wadsworth Longfellow কবিতা: The Arrow and the Song অসমীয়া ভাবানুবাদ : দীপাঞ্জলি দেৱী শূণ্যতে মই এপাত শৰ এৰিলোঁ তীব্র বেগত সি উৰি গ’ল মই তলকিবই নোৱাৰিলো শৰপাতে ভেদিলে ক’ত … প্ৰাণ ঢালি এটি গীত…
মূল: অমৃতা প্ৰীতম অনুবাদ: পংকজ কুমাৰ নেওগ আঙুৰী হ’ল আমাৰ প্ৰতিবেশীৰ পুৰণি আৰু আদহীয়া ভৃত্যজনৰ নতুন পত্নী। তাইক এই কাৰণে নতুন বুলি কৈছোঁ কিয়নো তাই মানুহজনৰ দ্বিতীয়া পত্নী। দ্বিতীয় বিবাহ কৰা মানুহক পাঞ্জাৱীত ‘দুহাজু’ বুলি কয়। এই শব্দৰ অৰ্থ…
শৈশৱতে কৈশোৰতে ড০ পোনা মহন্তৰ শৈশৱতে কৈশোৰতে ‘উলাহেৰে উভতি চাওঁ’ শিৰোনামেৰে ‘অন্যযুগ’ত ইতিপূৰ্বে প্ৰকাশিত তেখেতৰ ঘটনাবহুল তথা বৰ্ণিল শৈশৱ-কৈশোৰৰ বৰ্ণনাৰে উপন্যাসোপম লেখালানি কিছু সংবৰ্ধিত হৈ এইবাৰ গ্ৰন্থৰূপেৰে ‘শৈশৱতে কৈশোৰতে’ নাম লৈ পঢ়ুৱৈৰ মাজলৈ আহিছে৷ গ্ৰন্থখনি কেৱল তেখেতৰ শৈশৱ-কৈশোৰৰ বৰ্ণনাই…
গিৰিজা শৰ্মা গধুৰ মনটো ক’ৰবাত থাপি থ’ব খোজা মুহূৰ্তত মনলৈ আহে সৌ তাহানিৰ ভাৰহীন দিন যেন পাতল ফিৰ্ ফিৰিয়া বুকু জুৰ পৰা এছাটি মলয়া বতাহ দিনে-দিনে ভাৰবোৰ গধুৰতৰ হয় সৌৰ তাহানিৰ সাধুকথাৰ দিনৰ বোজাৰ ভৰত কোঙা…
নিতুপৰ্ণ ৰাজবংশী
হিতেশ মেধি শিতান খেপিয়াই মৰিছো ইলুটি সিলুটি কৰি টোপনিবোৰ অঘৰী বাবেই চকুৰ পতাত বাহ নাবান্ধে হাতখনলৈ চালোঁ নিথৰ হৈ পৰি আছে মোৰ আই তুলি-তালি ডাঙৰ কৰা আঙুলি কেইটি গহন ৰাতিৰ আন্ধাৰবোৰ বেৰৰ লেপখোৱা মাটি…
নমিতা তালুকদাৰ নিয়ৰে পৃথিৱীখন মেৰাই ধৰিছে এইযেন গিলি পেলাব আকাশ, বতাহ আৰু ৰু-ৰুৱাই থকা নিশাৰ গানটো… কিয় তাত জুপুকা এটা মাৰি চাব নোৱাৰি আকণ্ঠ ডুবি কিয় পি পি খাব নোৱাৰি আকাশৰ চকুপানীবোৰ পঁজাটোৱে কিয় বন্দী কৰে মোক….! ঠিকনা:…
ড° বুলজিৎ বুঢ়াগোহাঁই ডাটা ছায়েন্স হৈছে এক আন্তঃশাখা ক্ষেত্ৰ যি ডাটাৰ পৰা অন্তৰ্দৃষ্টি আহৰণ কৰিবলৈ গণিত, পৰিসংখ্যা, আৰু কম্পিউটাৰ বিজ্ঞান একত্ৰিত কৰে৷ ডাটা ছায়েন্স ডাটা অনুমান, এলগৰিথম বিকাশ, আৰু প্ৰযুক্তিৰ এক মিশ্ৰণ, যাক বিভিন্ন উদ্যোগত জটিল বিশ্লেষণাত্মক প্ৰত্যাহ্বান সমাধান…