অলকা মহন্ত
বৰুৱা
পিঠিত
ডাৱৰৰ বোজা লৈ
ঘোঁৰাবোৰ
আহে
শ্বেতকায়
সময়ক বান্ধি থৈ
নাচে…
দুফালে
গৰ্জনহীন কাগজৰ বাঘ
সুযোগসন্ধানী
কেতিয়াবা
ঘোঁৰাও হয় হিংস্ৰ
বেলি
নপৰা দিনবোৰ গৰকি
গুচি
যায় কদমত
ঘোঁৰা ডাৱৰে
পোহ নামানে
সময়ৰ
পিঠিত উঠি
শূন্যত
আঁকি যায় জীৱন নক্সা
লেকাম
টনা ঘোঁৰা জুৱাত হাৰে
মামৰ
লগা ঘোঁৰা জীৱনত জিকে
আচল
ঘোঁৰাক লেকাম নালাগে….
বৰুৱা
ডাৱৰৰ বোজা লৈ
ঘোঁৰাবোৰ
আহে
শ্বেতকায়
সময়ক বান্ধি থৈ
নাচে…
দুফালে
গৰ্জনহীন কাগজৰ বাঘ
সুযোগসন্ধানী
ঘোঁৰাও হয় হিংস্ৰ
বেলি
নপৰা দিনবোৰ গৰকি
গুচি
যায় কদমত
পোহ নামানে
সময়ৰ
পিঠিত উঠি
শূন্যত
আঁকি যায় জীৱন নক্সা
টনা ঘোঁৰা জুৱাত হাৰে
মামৰ
লগা ঘোঁৰা জীৱনত জিকে
ঘোঁৰাক লেকাম নালাগে….
ঠিকনা:
বামুণীমৈদান, গুৱাহাটী—২১