লাইব্রেৰি এণ্ড্ ইন্‌ফৰমেশ্বন ছায়েন্স

° বুলজিৎ
বুঢ়াগোহাঁই



লাইব্রেৰি
এণ্ড ইন্‌ফৰমেশ্বন ছায়েন্স’ পঢ়ি ছাত্র-ছাত্রীসকলে কেৰিয়াৰ গঢ়িব পাৰে
ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে যিকোনো শাখা স্নাতক চূড়ান্ত
পৰীক্ষাত উত্তীৰ্ণ হোৱা
পাছত ‘লাইব্রেৰি
এণ্ড ইন্‌ফৰমেশ্বন ছায়েন্স’
ৰ চাৰ্টিফিকে, ডিপ্লমা, স্নাতক
  তথা স্নাতকোত্তৰ পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে ইয়াৰ উপৰি ‘লাইব্রেৰি এণ্ড্ ইন্‌ফৰমেশ্বন ছায়েন্স’ত এম.ফিল. আৰু পিএই.ডি. পাঠ্যক্রম অধ্যয়ন কৰা সুবিধা আছে
দেশৰ বিভিন্ন
স্থানৰ লগতে অসমতো ‘লাইব্রেৰি এণ্ড ইন্‌ফৰমেশ্বন ছায়েন্স’

শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে
অসমৰ ‘গুৱাহাটী বিশ্ববিদ্যালয়(http://www.gauhati.ac.in/)
‘লাইব্রেৰি এণ্ড ইন্‌ফৰমেশ্বন ছায়েন্স’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা
৩০ খন
এম.ফিল. পাঠ্যক্রমত আসনৰ সংখ্যা ৫ খন লগতে গুৱাহাটী বিশ্ববিদ্যালয়ত ‘লাইব্রেৰি এণ্ড ইন্‌ফৰমেশ্বন ছায়েন্স’ বিষয়ত
পিএই
.ডি. পাঠ্যক্রম অধ্যয়ন কৰাৰ সুবিধা আছে
ডিব্রুগড়
বিশ্ববিদ্যালয় (
http://www.dibru.ac.in/)
‘লাইব্রেৰি এণ্ড ইন্‌ফৰমেশ্বন ছায়েন্স’ বিষয়ৰ স্নাতক পাঠ্যক্রমত আসনৰ সংখ্যা ২৪ খন
আৰু স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ২০ খন
অসম
বিশ্ববিদ্যালয় (
http://www.aus.ac.in/)
‘লাইব্রেৰি এণ্ড ইন্‌ফৰমেশ্বন ছায়েন্স’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা
২৫ খন
ইয়াত ‘লাইব্রেৰি এণ্ড ইন্‌ফৰমেশ্বন ছায়েন্স’ বিষয়ৰ
স্নাতকোত্তৰ পাঠ্যক্রমত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীগৰাকী যিকোনো বিষয়ত
স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত ৪৫% নম্বৰ

সৈতে উত্তীৰ্ণ হ’ব লাগে
এই পাঠ্যক্রমত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীসকলে এটা বাছনি পৰীক্ষা, গ্রুপ ডিছ্‌কাশ্বন (Group Discussion) আৰু সাক্ষাৎকাৰৰ মুখামুখি হ’ব
লাগে
অসম বিশ্ববিদ্যালয়ত ‘লাইব্রেৰি এণ্ড ইন্‌ফৰমেশ্বন
ছায়েন্স’ বিষয়ত এম.ফিল. আৰু পিএই
.ডি. পাঠ্যক্রম অধ্যয়ন কৰাৰ সুবিধা আছে
 লাইব্রেৰি এণ্ড ইন্‌ফৰমেশ্বন
ছায়েন্স’ বিষয়ৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তি কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান
শিক্ষানুষ্ঠান হ’ল— দিল্লী বিশ্ববিদ্যালয় (
http://www.du.ac.in), কলকতা বিশ্ববিদ্যালয় (www.caluniv.ac.in), বেনাৰস হিন্দু বিশ্ববিদ্যালয় (http://www.bhu.ac.in), অলাগপ্পা বিশ্ববিদ্যালয় (http://alagappauniversity.ac.in), আলিগড় মুছলিম বিশ্ববিদ্যালয় (www.amu.ac.in), অন্ধ্ৰ বিশ্ববিদ্যালয় (www.andhrauniversity.edu.in), আন্নামালাই  বিশ্ববিদ্যালয় (http://annamalaiuniversity.ac.in), বেনাৰস হিন্দু বিশ্ববিদ্যালয় (www.bhu.ac.in), বাংগালোৰ বিশ্ববিদ্যালয় (http://bangaloreuniversity.ac.in), মুম্বাই বিশ্ববিদ্যালয় (www.mu.ac.in), দেৱী অহল্যা বিশ্ববিদ্যালয় (www.dauniv.ac.in), ° বি.
আৰ. আম্বেদকাৰ বিশ্ববিদ্যালয় (
www.dbrau.ac.in), ° হৰিসিং
গৌৰ বিশ্ববিদ্যালয় (
http://www.dhsgsu.ac.in), গুজৰাট বিশ্ববিদ্যালয় (www.gujaratuniversity.org.in), গুলবাৰগা বিশ্ববিদ্যালয় (www.gulbargauniversity.kar.nic.in), গুৰু ঘাচিদাস বিশ্ববিদ্যালয় (www.ggu.ac.in), গুৰু নানক দেৱ বিশ্ববিদ্যালয় (www.gndu.ac.in), যাদপুৰ বিশ্ববিদ্যালয় (www.jaduniv.edu.in), জামিয়া মিলিয়া
ইছলামিয়া (
http://jmi.ac.in), কুৰুক্ষেত্র
বিশ্ববিদ্যালয় (
www.kuk.ac.in), লক্ষ্নৌ বিশ্ববিদ্যালয় (www.lkouniv.ac.in), এম. এ. যুনিভাৰ্ছিটি অৱ বৰ’ডা (www.msubaroda.ac.in), উত্তৰ-পূ পাৰ্বত্য বিশ্ববিদ্যালয় (http://www.nehu.ac.in), অ’ছমানিয়া বিশ্ববিদ্যালয় (www.osmania.ac.in), পাঞ্জাৱ বিশ্ববিদ্যালয় (http://puchd.ac.in), পাটনা বিশ্ববিদ্যালয় (www.patnauniversity.ac.in), হায়দৰাবাদ বিশ্ববিদ্যালয় (http://www.uohyd.ac.in/), ম্মু বিশ্ববিদ্যালয় (http://www.jammuuniversity.in), কাশ্মীৰ বিশ্ববিদ্যালয় (www.kashmiruniversity.net), কেৰেলা বিশ্ববিদ্যালয় (http://www.keralauniversity.ac.in), এলাহাবাদ বিশ্ববিদ্যালয় (www.allduniv.ac.in), মাদ্রাছ বিশ্ববিদ্যালয়  (www.unom.ac.in), মহীশূৰ
বিশ্ববিদ্যালয় (
www.uni-mysore.ac.in), পুনে বিশ্ববিদ্যালয় (www.unipune.ac.in), ৰাজস্থান বিশ্ববিদ্যালয় (www.uniraj.ac.in)  দূৰ শিক্ষা যোগেদিও ‘লাইব্রেৰি এণ্ড ইন্‌ফৰমেশ্বন ছায়েন্স’ পাঠ্যক্রম অধ্যয়ন
কৰিব পাৰি
এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান হ’ল— ইন্দিৰা গান্ধী
ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (
www.ignou.ac.in) এই শিক্ষানুষ্ঠানবোৰত লাইব্রেৰি
এণ্ড ইন্‌ফৰমেশ্বন ছায়েন্স’
ৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তিৰ
বাবে প্রয়োজন হোৱা শিক্ষাগত অৰ্হতা তথা নামভৰ্তি প্রক্রিয়া শিক্ষানুষ্ঠান অনুযায়ী
বিভিন্ন হয়
সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত
চাব পাৰে
  
লাইব্রেৰি
এণ্ড ই
ন্‌ফৰমেশ্বন ছায়েন্স’ৰ বিভিন্ন
  ডিপ্লমা আৰু ডিগ্রী লাভ কৰাসকলে চৰকাৰী-বেচৰকাৰী খণ্ডৰ সকলো
শিক্ষানুষ্ঠানকে ধৰি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ বিভিন্ন গ্রন্থাগাৰত বিভিন্ন
পদত নিযুক্তি লাভ কৰিব পাৰে
যেনে— এচিচষ্টেণ্ট
লাইব্ৰেৰিয়ান (
Assistant Librarian), কেটেলগাৰ (Cataloguer),
টেক্‌নিকেল এছিছটেণ্ট (Technical
Assistant), ৰেকৰ্ড মেনেজাৰ (Records Manager), ৰেফাৰেন্স লাইব্ৰেৰিয়ান (Reference Librarian), ডেপুটি
লাইব্ৰেৰিয়ান (
Deputy Librarian), ডকুমেণ্টেশ্বন অফিচাৰ (Documentation Officer), ইণ্ডেক্সাৰ (Indexer),
ইন্‌ফৰমেশ্বন এনালিষ্ট (Information
 Analyst), ইন্‌ফৰমেশ্বন
আৰ্কিটেক্ট (
Information
 architect), ইন্‌ফৰমেশ্বন এক্সিকিউটিভ (Information Executive), ইন্‌ফৰমেশ্বন
অফিচাৰ (
Information
 Officer), জুনিয়ৰ ইন্‌ফৰমেশ্বন এনালিষ্ট (Junior Information Analyst), জুনিয়ৰ
লাইব্ৰেৰিয়ান (
Junior Librarian), ল লাইব্ৰেৰিয়ান (Law
Librarian), লাইব্ৰেৰিয়ান (Librarian), চিফ্‌
লাইব্ৰেৰিয়ান (
Chief Librarian), লাইব্রেৰি এণ্ড ইন্‌ফৰমেশ্বন অফিচাৰ (Library
 and Information Officer), লাইব্রেৰি
ছিছটেণ্ট (Library
 Assistant), ছিনিয়ৰ
ইন্‌ফৰমেশ্বন এনালিষ্ট (
Senior
 Information Analyst), লাইব্রেৰিছিছটেণ্ট (Senior Library Information Assistant ) আদি
ভ্ৰাম্যভাষ: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com