আলোচনীখন উচ্চ মানৰ হৈছে৷ আশা কৰোঁ পঢ়ুৱৈ‍ হিচাপে  ধন্য হ´ম৷

ধৰণী
নেওগ

dharanineog61@gmail.com

প্ৰশংসনীয়
পদক্ষেপ৷
 নিশ্চয় ৰাইজৰ মাজত সঁহাৰি পাব৷ বিশিষ্ট বুদ্ধিজীৱী তথা সাহিত্যিক হোমেন বৰগোহাঞি‍ ছাৰৰ লগতে আন
কেইবাজনো
 বিশিষ্ট
সাহিত্যিক
 থকাৰ
বাবে ৰাইজৰ
 মাজত
সমাদৰ লাভ কৰিব৷

ৰাজীৱ
শৰ্মা

rajibsharma14@gmail.com

আলোচনীকেন্দ্ৰিক অসমীয়া সাহিত্যৰ ইতিহাসত অন্যযুগ এক ব্যতিক্ৰমী সংযোজন৷ কেইবাখনো
অনলাইন আলোচনীয়ে অসমীয়া সাহিত্যৰ সৃষ্টি
, বিচৰা
আৰু প্ৰসাৰত
  গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে যদিও এখন ছি‍ৰিয়াছ
অনলাইন আলোচনীৰ প্ৰয়োজন
  অন্যযুগ’-এ পূৰণ কৰিছে৷
অন্যযুগলৈ শুভেচ্ছা৷

পৰেশ খনিকৰ

 pareshkhanikar2016@gmail.com

ভাল
লাগিছে পঢ়ি। ওজস্বী লেখা… সমৃদ্ধ হৈ ৰওক
  পঢ়ুৱৈৰ পৃথিৱীত ইতিহাসৰ ফুল গুঁঠি৷

ৰাতুল
কুমাৰ বৰা

ratulbora896@gmail.com



অন্যযুগ নামৰ এই সপোনৰ নৈখন নিৰৱধি বৈ থাকিব।
কাৰণ ইমান
 সহজলভ্যভাৱে‍ ইমানখিনি প্রয়োজনীয় কথা উপলব্ধ
হোৱাকৈ আমি অন্য কোনো লেখা আজি পর্যন্ত পঢ়িবলৈ পোৱা নাই। অন্যযুগৰ দীৰ্ঘায়ু
 আৰু উত্তৰোত্তৰ কামনা কৰিছোঁ।

দিগন্ত
বৰবৰা
, তেলগৰম

ডাক:
কানাইঘাট

পিন:
৭৮৫৬৯৯

গোলাঘাট
(অসম)

ভ্ৰাম্যভাষ:
৬০০১৩৫৩৩৩৪