সোণালী ৰঙৰ জোতাযোৰ
ডা: নীলাক্ষী চলিহা গগৈ এনিশাৰ আজো–আইতাৰ সেই ধুনীয়া জোতাযোৰ। তেওঁৰ মেম বান্ধৱীয়ে উপহাৰ স্বৰূপে দিয়া জোতাযোৰ। যেতিয়া তেওঁৰ স্বামী বিদেশৰ পৰা অহা চাহাবৰ নতুনকৈ খোলা চাহবাগিচাত মেনেইজাৰ হিচাপে নিয়োজিত আছিল, হাবি-জংঘলেৰে ভৰা, ভাল আলিবাট এটাও নোহোৱা ঠাইবোৰত চাহাব ঘোঁৰাত উঠি…