লক্ষী প্ৰসাদ ৰেগন
দুচকুৰ স্বাধীনতা
দৃষ্টি থকালৈকে
দুহাতৰ স্বাধীনতা
দুবাহুত বল থকালৈকে
মনৰ স্বাধীনতা
সাহস থকালৈকে
স্বাধীনতাকো
স্বাধীনতা লাগে। আকাশত চাং পাতিবলৈ
পৰৰ মুখত ছাই সানিবলৈ
বুৰ যোৱা বেলিটোক পুনৰুদ্ধাৰ কৰিবলৈ
লক্ষী প্ৰসাদ ৰেগন
দুচকুৰ স্বাধীনতা
দৃষ্টি থকালৈকে
দুহাতৰ স্বাধীনতা
দুবাহুত বল থকালৈকে
মনৰ স্বাধীনতা
সাহস থকালৈকে
স্বাধীনতাকো
স্বাধীনতা লাগে। আকাশত চাং পাতিবলৈ
পৰৰ মুখত ছাই সানিবলৈ
বুৰ যোৱা বেলিটোক পুনৰুদ্ধাৰ কৰিবলৈ