মাধুৰী সন্দিকৈ
জুই একুৰা জ্বলাইছোঁ
নিজে খৰি হৈ
হাতে হাতে ঘিঁউ
মুখত মৌ
ফুটা কলহত পানী
কাউৰীয়ে ঠোঁট পখলা দিনৰে পৰাই
পানীয়ে কেৱল পখালি আছে
শৰীৰ কাপোৰ কাঁহী-বাটি
পাপ
কমণ্ডলুৰ এচলু পানীয়ে কিমান পাপ ধুব পাৰে৷
মাধুৰী সন্দিকৈ
জুই একুৰা জ্বলাইছোঁ
নিজে খৰি হৈ
হাতে হাতে ঘিঁউ
মুখত মৌ
ফুটা কলহত পানী
কাউৰীয়ে ঠোঁট পখলা দিনৰে পৰাই
পানীয়ে কেৱল পখালি আছে
শৰীৰ কাপোৰ কাঁহী-বাটি
পাপ
কমণ্ডলুৰ এচলু পানীয়ে কিমান পাপ ধুব পাৰে৷